ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৩/উল্লেখনীয় কাম

  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,৯১২ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪৩৪ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিয়ে নিজাকৈ ড'মেইন লাভ কৰে।
  • ২৯ জানুৱাৰী তাৰিখে অসমীয়া ৱিকিমিডিয়া সমাজৰ ২০২৩ বৰ্ষৰ প্ৰথমখন মাহেকীয়া অনলাইন সভা অনুষ্ঠিত হয়। এই সভাত অসমীয়া ৱিকিপ্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতি আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয়।