ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৪/নিৰ্বাচিত উদ্ধৃতি
“ | ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল। দাতাত চোৰত যাৰ দৃষ্টি একতুল॥ |
” |
— শ্ৰীমন্ত শংকৰদেৱ |
“ | অকাজীয়ে কপাহ কাটি ধোঁৱা চাঙত থলে; গা মূৰ বিষাইছে বুলি ছমাহলৈ শুলে: | ” |
— ফকৰা যোজনা |
(অদক্ষ বা এলেহুৱা লোকে সৰু কাম এটা কৰিও বহুত কৰা দেখুৱাই আনৰ মনোযোগ আকৰ্ষণ কৰে।)