ৱিকিপিডিয়া বাৰ্তা:হট কেট

সাধাৰণ ব্যৱহাৰকাৰীক এই পেজ খনে কনফিইজ কৰিব পাৰে। যিহেতু HotCat মই কেতিয়াবাই সমজুৱাকৈ ইনষ্টল কৰি থৈছোঁ: মিডিয়াৱিকি:Gadget-HotCat.js । গতিকে সদস্যসকলে বেলেগকৈ নিজৰ স্ক্রিপ্তত ইয়াক ইনষ্টল নকৰিলেও হ'ব। তদুপৰি তেনে কৰিবলৈ যাওঁতে নতুন সদস্যই স্ক্রিপ্ত টোত কিবা ভুলো কৰিব পাৰে।

প্রভাকৰ শৰ্মা নেওগ (talk) 08:56, 15 ছেপ্টেম্বৰ 2012 (UTC)

"হট কেট" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।