অসমৰ আধুনিক কবিৰ তালিকাত নামভূক্তকৰণ

সম্পাদনা কৰক

মিহিৰ মৌচুম ৰয়, জন্ম-৬ মাৰ্চ,১৯৬৬ , প্ৰথম কবিতা প্ৰকাশ- পুহৰ কবিতা (অসমবাণী,ফেব্ৰুৱাৰী,১৯৮৩) প্ৰথম প্ৰকাশিত গল্প-গল্প লিখা নহল (এনাজৰী, নাজিৰাৰ পৰা প্ৰকাশিত আলোচনী, ১৯৮৫),প্ৰথম প্ৰকাশিত ৰহস্য গল্প-প্ৰতিদান, ৰহস্য, জুলাই,১৯৮৬, সংবাদসেৱা-জনক্ৰান্তি, ইস্তাহাৰ,সাদিনীয়া সাচিঁপাত,সাদিনীয়া নাগৰিক, নতুন দৈনিক (১৯৮৫ ৰ পৰা ১৯৯৭ লৈ) কবিতা প্ৰকাশ-প্ৰান্তিক, গৰীয়সী,প্ৰকাশ,অসমবাণী,দৈনিক অসম,অগ্ৰদূত,পূবালী, শ্ৰীময়ী,অসমীয়া প্ৰতিদিন,সাদিন, পষেক, ৰংঘৰ ইত্যাদি । শিশু সাহিত্য-সঁফুৰা, মৌচাক,জ্ঞানদীপ, জ্ঞানপীঠ,নতুন ৰংমেলা ইত্যাদি। ব্যংগ সাহিত্য-অবিকল, গিৰজনি,চিচিংফাক । সাহিত্য অকাডেমীৰ আহমেদাবাদ সাহিত্য সমাৰোহ (২০১৬) লৈ উত্তৰ-পূৰ্বাঞ্চলৰ কবি হিচাবে আমন্ত্ৰিত । সাহিত্য অকাডেমীৰ কোচি সাহিত্য সমাৰোহ (২০১৭) লৈ উত্তৰ-পূৰ্বাঞ্চলৰ কবি হিচাবে আমন্ত্ৰিত । প্ৰকাশিত কবিতা পুথি- এপৃথিৱী মানুহৰ হৃদয়ৰ উত্তাপ (১৯৮৮), এই বাটেৰে মন্ত্ৰী এজন আহিব (২০২২), শিশু গল্পপুথি- পিণ্টুৰ পৃথিৱী (২০২২), গল্পপুথি - অশ্ৰ্ুবিদ্ধ (২০২৩) । 106.203.128.60 17:25, 17 November 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

"ৰাইজৰ চ'ৰা" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।