ৱিকিপিডিয়া বাৰ্তা:ৱিকিপিডিয়া কি নহয়

এই পৃষ্ঠাটো প্ৰথম পৃষ্ঠাত লিংক থকা হ'লে ভাল আছিল৷ @গীতাৰ্থ তুমি এই পৃষ্ঠাৰ সাঁচবিলাক ঠিক কৰি দিব পাৰিবানেকি? মানে ফৰ্মেটটো৷ ইংৰাজীখিনি মাজে মাজে অনুবাদ কৰি থাকিব পৰা হ'ব৷

Anjal Borah ০৯:৩০, ১০ আগষ্ট ২০১১ (UTC)

ময়ো দুই এটা এডিট কৰোঁনে? যেনে "কাগজেৰে নিৰ্মিত" -> "কাগজত প্রকাশিত"?

প্রভাকৰ শৰ্মা নেওগ 13:45, 9 অক্টোবৰ 2011 (UTC)

কৰক কৰক ! Gitartha.bordoloi 14:30, 9 অক্টোবৰ 2011 (UTC)


সদস্য:Psneog/ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয় -ইয়াত লিখিছোঁ। Incorporate কৰি দিওঁ? প্রভাকৰ শৰ্মা নেওগ 01:51, 10 অক্টোবৰ 2011 (UTC)

"ৱিকিপিডিয়া কি নহয়" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।