ৱিকিপিডিয়া বাৰ্তা:ৱিকিপ্ৰকল্প

ৱিকিপ্ৰকল্পবোৰৰ নাম এনে ধৰণৰ হ'ব লাগে: "ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান", "ৱিকিপিডিয়া:ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প" নহয়। চাইপাও 16:18, 10 ফেব্ৰুৱাৰী 2012 (UTC)

আৰু, ৱিকিপ্ৰকল্পবোৰৰ নিজা সাঁচ থাকিব লাগে। যেনে: http://en.wikipedia.org/wiki/Template:WikiProject_Assam (বহুত আগতে তৈয়াৰ কৰা, আপ্‍‌ডেট্‌ কৰা হোৱা নাই), আৰু ৱিকিপ্ৰকল্পৰ পৃষ্ঠাবোৰৰ আলোচনা পৃষ্ঠাত এই সাঁচ তুলি দিব লাগে। চাইপাও 16:31, 10 ফেব্ৰুৱাৰী 2012 (UTC)
"ৱিকিপ্ৰকল্প" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।