ৱিজবেক ৱিকিপিডিয়া
ৱিজবেক ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ৱিজবেক সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৪১,১৫২টা প্ৰবন্ধ আছে।
![]() | |
---|---|
![]() | |
ইউ আৰ এল | uz.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বিজ্ঞাপন | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | ৱিজবেক |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
পৰিসংখ্যাসম্পাদনা কৰক
২০২২ চনত ৱিজবেক ৱিকিপিডিয়াৰ ১,৪১,১৫২টা প্ৰবন্ধ, ৭৩,০০০ গৰাকী সম্পাদক, ১৭ গৰাকী প্ৰশাসক আৰু ১,৮৯১টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ২৫,৭৩,৯৫৩।[1]