উইলিয়াম এছ বাৰ’জ
(ৱিলিয়াম এছ. বাৰ’জৰ পৰা পুনঃনিৰ্দেশিত)
উইলিয়াম এছ. বাৰ’জ (ইংৰাজী: William Burroughs; ৫ ফেব্ৰুৱাৰী – ২ আগষ্ট ১৯৯৭) আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক। তেওঁৰ জন্ম ১৯১৪ চনৰ ৫ ফেব্ৰুৱাৰীত আৰু মৃত্যু ১৯৯৭ চনৰ ২ আগষ্টত।
উইলিয়াম এছ. বাৰ’জ | |
---|---|
জন্ম | উইলিয়াম চুৱাৰ্ড বাৰ’জ দ্বিতীয় ফেব্ৰুৱাৰী ৫ , ১৯১৪ St. Louis, Missouri, U.S. |
মৃত্যু | আগষ্ট ২ , ১৯৯৭ (৮৩ বছৰ) Lawrence, Kansas, U.S. |
ছদ্মনাম | উইলিয়াম লী |
পেচা | লেখক |
ধৰণ | Satire, paranoid fiction |
সাহিত্যিক বিপ্লৱ | Beat Generation, উত্তৰ-আধুনিকতাবাদ |
উল্লেখনীয় কৰ্মৰাজি | নেকেড লাঞ্চ (1959) |
দাম্পত্যসংগী | Ilse von Klapper (1937–1946) Joan Vollmer (1946–1951) |
সন্তান | উইলিয়াম এছ. বাৰ’জ জুনিয়ৰ |
আত্মীয়-স্বজন | উইলিয়াম চুৱাৰ্ড বাৰ’জ প্ৰথম (ককাদেউতা) আইভি লী (মামা) |
প্ৰভাবিত কৰে
| |
স্বাক্ষৰ |
সাহিত্যকৃতি
সম্পাদনা কৰক- জাংকি
- কুইয়াৰ
- নেকেড লাঞ্চ
- দি চফ্ট মেশ্বিন
- দি টিকেট দেট এক্সপ্লোডেড
- ডেড ফিংগাৰ্ছ টক
- নোভা এক্সপ্ৰেছ
- দি লাষ্ট ৱৰ্ড্ছ অফ ডাচ শাল্টছ
- দি ৱাইল্ড বয়জ
- পোৰ্ট অফ চেইণ্ট্ছ
- ক্ৰটিক অফ দি ৰেড নাইট্ছ
- দি প্লেচ অফ ডেড ৰোড্ছ
- দি ৱেষ্টাৰ্ন লেণ্ড্ছ
- মাই এডুকেশ্বন: এ বুক অফ ড্ৰিম্ছ
- ৰুল্ছ অফ ডুৱেল
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- অ্যান চাৰ্লছ: পোৰ্টেবল বিট ৰিডাৰ
- জন গিলমোৰ: এ মেমোয়ৰ অফ ৰেক্ড লাইভস এণ্ড দি হলিউড ডেথ ট্ৰেপ
- অলিভাৰ হেৰিছ: উইলিয়াম এচ বাৰোজ এণ্ড দি চিক্ৰেট অফ ফে'চিনেছন
- বে'ৰী মাইলছ: উইলিয়াম বাৰোজ
- জেক চাৰ্জেণ্ট: নেকেড লেন্স--বিট সিনেমা
- ডেভিস চিণ্ডলাৰমান: ৰিটেকিং দি ইউনিভাৰ্ছ--উইলিয়াম এচ বাৰোজ ইন দি এজ অফ গ্লোবালাইজেচন
- মাইকেল ষ্টিভেন্ছ: দি ৰোড টু ইনটাৰজোন--ৰিডিং উইলিয়াম এচ বাৰোজ
- টেড মৰগ্যান: লিটেৰাৰি আউটল
- জেমছ্ গ্ৰানিয়াৰহল্টস: ৱৰ্ড ভাইৰাছ--দি বাৰোজ ৰিডাৰ