অ-মান্যতাপ্ৰাপ্ত তাৰিখসমূহৰ তালিকা

তাৰিখ
(0 Januaryৰ পৰা পুনঃনিৰ্দেশিত)

০ জানুৱাৰী

সম্পাদনা কৰক

০ জানুৱাৰী হৈছে তাৰিখ ৩১ ডিচেম্বৰৰ অন্য এটা নাম।

পঞ্জিকাত ব্যৱহাৰ

সম্পাদনা কৰক
  • কোনো বাৰ্ষিক পঞ্জিকাৰ ১ জানুৱাৰীৰ আগৰ দিনটো বুজাবলৈ ০ জানুৱাৰী ব্যৱহাৰ কৰা হয়। যিটো বৰ্ষৰ পৰা পঞ্জিকা প্ৰকাশ কৰা হয়, সেই বৰ্ষটোত ০ জানুৱাৰীক স্থান দিয়া হয়। এনেদৰে পঞ্জিকাৰ আৰম্ভণিৰ পূৰ্ৱবতী বৰ্ষৰ যিকোনো তথ্য এৰাই চলা হয় যদিও ই পূৰ্ৱবতী বৰ্ষৰ ৩১ ডিচেম্বৰ দিনটোৱেই হয়।
  • পঞ্জিকাৰ ছেকেণ্ড সময়ৰ বাবে ০ জানুৱাৰীৰ উদ্ভৱ হয়, "পঞ্জীকাৰ সময় ১৯০০ চনৰ ০ জানুৱাৰীৰ ১২ বজাত"।[1] ১৯০০ চনৰ ০ জানুৱাৰী (গ্ৰীণউইছ মান দুপৰীয়া)ৰ সময় নিউকম্বৰ সৌৰ সাৰণিয়েও (Newcomb's Tables of the Sun) ব্যৱহাৰ কৰে, যি বিকল্পিত জুলিয়ান দিৱসৰ (Dublin Julian day) সময় হিচাপে পৰিণত হয়।[2]

প্ৰযুক্তিবিদ্যাত

সম্পাদনা কৰক

৩০ ফেব্ৰুৱাৰী

সম্পাদনা কৰক

৩১ ফেব্ৰুৱাৰী

সম্পাদনা কৰক

৩২ ডিচেম্বৰ

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Leap Seconds". Time Service Department, United States Naval Observatory. Archived from the original on 1996-11-26. https://web.archive.org/web/19961126204059/http://tycho.usno.navy.mil/leapsec.html। আহৰণ কৰা হৈছে: 2006-12-31. 
  2. ASTROCLK Astronomical Clock and Celestial Tracking Program (page 110)
  3. "XL2000: Early Dates on Office Spreadsheet Component Differ from Excel". Microsoft. http://support.microsoft.com/kb/205719। আহৰণ কৰা হৈছে: 2007-12-08. "In the Microsoft Office Spreadsheet Component, the value 0 evaluates to the date December 30, 1899 and the value 1 evaluates to December 31, 1899. ... In Excel, the value 0 evaluates to January 0, 1900 and the value 1 evaluates to January 1, 1900."