১
(1ৰ পৰা পুনঃনিৰ্দেশিত)
১(এক) হ'ল এটা বুজোৱা সংখ্যা বা দুইতকৈ সৰু গোটা সংখ্যা।[1] কোনো বস্তুৰ পৰিমাণ '১' হ'লে, ই বস্তুটো অকলশৰীয়া, সম্পূৰ্ণ বুজায়। [2]। ই আতাইতকৈ সৰু স্বাভাৱিক সংখ্যা।
| ||||
---|---|---|---|---|
অংকবাচক | one | |||
পূৰণবাচক | প্ৰথম (first) | |||
Greek numeral | Α´ | |||
Roman numeral | I | |||
বাইনেৰি | 12 | |||
Ternary | 13 | |||
Quaternary | 14 | |||
Quinary | 15 | |||
Senary | 16 | |||
Octal | 18 | |||
Duodecimal | 112 | |||
Hexadecimal | 116 | |||
Vigesimal | 120 | |||
Base 36 | 136 |
১ৰ যুগাত্মক প্ৰতিলোম
সম্পাদনা কৰক১ৰ যুগাত্মক প্ৰতিলোম, বা যি সংখ্যাৰে ১ক যোগ কৰিলে '০' পোৱা যায়, হ'ল '-১'। [3] ১ +(-১) = ১ - ১ = ০।
গুণক পৰিচয় বৈশিষ্ট্য
সম্পাদনা কৰকগুণক পৰিচয় মানে, যদি কোনো সংখ্যাক '১'ৰে পুৰণ কৰা হয়, তেতিয়া সেই সংখ্যাৰ পৰিচয় সলনি নহয়, অৰ্থাৎ উত্তৰত সেই সংখ্যাকেই পোৱা যায়। [4] যেনে, ১ × ৫ = ৫, ১ × ২২.২৩৫ = ২২.২৩৫ আদি।
১ৰ গুণনীয়ক
সম্পাদনা কৰক১ৰ এটাই মাত্ৰ গুণনীয়ক আছে, '১' নিজেই।[5] অৰ্থাৎ এক মৌলিক সংখ্যাও নহয়, আৰু যৌগিক সংখ্যাও নহয়।[6]
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক
- ↑ xobdo.org search result(click Description)
- ↑ http://dictionary.reference.com/browse/one
- ↑ http://www.studyzone.org/mtestprep/math8/e/add_inv6l.cfm "1 + -1 = 0"
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2014-10-22. https://web.archive.org/web/20141022005017/http://coolmath.com/prealgebra/06-properties/08-properties-multiplicative-identity-01.htm। আহৰণ কৰা হৈছে: 2014-10-22.
- ↑ http://factorzone.tripod.com/1-50.htm
- ↑ http://www.aaamath.com/fra63ax2.htm
- https://www.coolmathgamesrun.co/run-3/ Archived 2019-08-01 at the Wayback Machine