শনি গ্ৰহ

(6th planetৰ পৰা পুনঃনিৰ্দেশিত)


শনিগ্ৰহ সৌৰজগতৰ ৬ষ্ঠ তম গ্ৰহবৃহস্পতি গ্ৰহৰ পিছত এইটো গ্ৰহটো সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ।

শণি ♄
শণি গ্ৰহৰ চিত্ৰ
ভয়েজাৰ ২ ৰ পৰা দেখা শণিগ্ৰহ
বিৱৰণ
বিশেষণ Saturnian
কক্ষপথৰ বৈশিষ্ট্য
যুগ জে২০০০
অপসূৰ ১,৫০৩,৯৮৩,৪৪৯ কিমি
১০.০৫৩ ৫০৮ ৪০ এইউU
৯৩৪,৫৩৪,২৩১ মাইল
অনুসূৰ ১,৩৪৯,৪৬৭,৩৭৫ কিমি
৯.০২০ ৬৩২ ২৪ কিমি
৮৩৮,৫২২,১৬৩ মাইল
অৰ্ধ-মুখ্য অক্ষ ১,৪২৬,৭২৫,৪১৩ কিমি
৯.৫৩৭ ০৭০ ৩২ কিমি
৮৮৬,৫২৮,১৯৬ miles
উৎকেন্দ্ৰতা ০.০৫৪ ১৫০ ৬০
পৰ্যায়কাল ৩৭৮.১০ দিন
গড় কক্ষীয় দ্ৰুতি ৯.৬৩৯ কিমি/ছে
নতি ২.৪৮৪ ৪৬°
(সূৰ্য অক্ষ্যাংশৰ পৰা ৫.৫১°)
উদ্বিন্দুৰ দ্ৰাঘিমা ১১৩.৭১৫৩২৮১১ ০৪°
উপগ্ৰহসমূহ ৬১[1]
ভৌতিক বৈশিষ্ট্যসমূহ
বিষুৱীয় ব্যাসাৰ্ধ ৬০,২৬৮ কিমি[2]
(৪.৭২৫ Earths)
মেৰু ব্যাসাৰ্ধ ৫৪,৩৬৪ কিমি
(৪.২৭৬ পৃথিৱী)
পৃষ্ঠৰ ক্ষেত্ৰফল ৪.২৭×১০১০ কিমি²
(৮৩.৭০৩ পৃথিৱী)
আয়তন ৮.২৭×১০১৪ কিমি³
(৭৬৩.৫৯ পৃথিৱী)
ভৰ ৫.৬৮৪৬×১০২৬ kg
(৯৫.১৬২ পৃথিৱী)
গড় ঘনত্ব ০.৬৮৭৩ g/cm³
(পানীৰ ঘনত্বতকৈ কম)
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ ৮.৯৬ মি/ছে
(০.৯১৪ জি)
পলায়ন বেগ ৩৫.৪৯ কিমি/ছে
নাক্ষত্ৰিক ঘূৰ্ণনকাল ১০ ৩৩মি ৩৮ছে +০ ১মি ৫২ছে
−০ ১মি ১৯ছে
[3][4]
অক্ষীয় ঢাল ২৬.৭৩°
উত্তৰ মেৰুৰ বিষুৱাংশ ৪০.৫৯° (২ ঘণ্টা ৪২ মি ২১ ছে)
উত্তৰ মেৰুৰ বিষুৱলম্ব ৮৩.৫৪°
প্ৰতিফলন অনুপাত ০.৪৭
বায়ুমণ্ডল
পৃষ্ঠৰ চাপ ১৪০ কিলোপাস্কেল
আয়তন অনুসৰি সংযুতি >৯৩% হাইড্ৰজেন
>৫% হিলিয়াম
০.২% মিথেন
০.১% জলীয় বাষ্প
০.০১% এমনিয়া
০.০০০৫% ইথেন
০.০০০১% ফছফিন

শনি গ্ৰহৰ ৬২টা উপগ্ৰহ আছে। তাৰে ভিতৰৰ ৫৩টাৰ আনুষ্ঠানিক নামকৰণ কৰা হৈছে। টাইটান উপগ্ৰহটো সবাতোকৈ বৃহৎ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সৈতে তুলনা কৰিলে ইয়াৰ ব্যাস প্ৰায় ১৪৮% ডাঙৰ। তলত উপগ্ৰহসমূহৰ নাম উল্লেখ কৰা হ’ল:

  1. S/2009 S 1
  2. পেন (Pan)
  3. ড্যাফণিছ (Daphnis)
  4. এটলাছ (Atlas)
  5. প্ৰমিথিউছ (Prometheus)
  6. পাণ্ডৰা (Pandora)
  7. এপিমেথিউছ (Epimetheus)
  8. জেনাছ (Janus)
  9. এগিয়ন (Aegaeon)
  10. মাইমাছ (Mimas)
  11. মেথোন (Methone)
  12. এন্থে (Anthe)
  13. পেলেন (Pallene)
  14. এনচেলাডাছ (Enceladus)
  15. টেথিছ (Tethys)
  16. টেলেষ্টো (Telesto)
  17. কেলিপ্সো (Calypso)
  18. ডাইয়ন (Dione)
  19. হেলেন (Helene)
  20. পলিডিউচেছ (Polydeuces)
  21. ৰিয়া (Rhea)
  22. টাইটান (Titan)
  23. হাইপেৰিয়ন (Hyperion)
  24. আইয়াপেটাছ (Iapetus)
  25. কিভিউক (Kiviuq)
  26. ইজিৰাক (Ijiraq)
  27. ফোৱ (Pheobe)
  28. পালিআক (Paaliaq)
  29. স্কাথি (Skathi)
  30. এলবাইয়োৰিস্ক (Albiorix)
  31. এস/২০০৭ এস ২ (S/2007 S 2)
  32. বেভিওন (Bebhionn)
  33. এৰিয়াপাছ (Erriapus)
  34. স্কল (Skoll)
  35. ছিয়াৰনাক (Siarnaq)
  36. তাৰ্কেক (Tarqeq)
  37. এস/২০০৪ এস ১৩ (S/2004 S 13)
  38. গ্ৰেয়িপ (Greip)
  39. হাইৰোক্কিন (Hyrrokkin)
  40. জাৰনছাক্সা (Jarnsaxa)
  41. তাৰভছ (Tarvos)
  42. মানডিলফাৰি (Mundilfari)
  43. এস/২০০৬ এস ১ (S/2006 S 1)
  44. এস/২০০৪ এস ১৭ (S/2004 S 17)
  45. বাৰ্গেলমিৰ (Bergelmir)
  46. নাৰ্ভি (Narvi)
  47. এস/২০০৪ এস ১২ (S/2004 S 12)
  48. ফাৰবাউটি (Farbauti)
  49. থ্ৰাইমৰ (Thrymr)
  50. এজিৰ (Aegir)
  51. এস/২০০৭ এস ৩ (S/2007 S 3)
  52. বেষ্টলা (Bestla)
  53. এস/২০০৪ এস ৭ (S/2004 S 7)
  54. এস/২০০৬ এস ৩ (S/2006 S 3)
  55. ফেনৰিৰ (Fenrir)
  56. সুৰতুৰ (Surtur)
  57. কাৰি (Kari)
  58. ইমিৰ (Ymir)
  59. লোগে (Loge)
  60. ফোৰ্নজোট (Fornjot)

তথ্য সংগ্ৰহ

সম্পাদনা কৰক