পৰিধি

(Circumferenceৰ পৰা পুনঃনিৰ্দেশিত)


এডাল আৱদ্ধ বক্ৰৰেখাৰ সীমান্তৰ সমান দৈৰ্ঘ্যকে তাৰ পৰিধি (ইংৰাজী: Circumference) বোলা হয়।

পৰিধি

ইয়াৰ ‘d’ য়ে ব্যাস আৰু ‘C’ য়ে পৰিধিক বুজাইছে

বৃত্তৰ পৰিধি

সম্পাদনা কৰক

এটা বৃত্তৰ পৰিধি তাৰ ব্যাসৰ পৰা নিৰ্ণয় কৰা হয়:-

 

অথবা, ব্যাসৰ পৰিবৰ্তে ব্যাসাৰ্ধৰ পৰাও পৰিধি নিৰ্ণয় কৰা যায়:

 


 
যেতিয়া ব্যাস ১ হয়, তেনেহ’লে ইয়াৰ পৰিধি ২ পাইৰ সমান।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক