ধনশিৰি নদী
ভাৰতৰ নদী
(Dhansiri Riverৰ পৰা পুনঃনিৰ্দেশিত)
ধনশিৰি নদী (ইংৰাজী: Dhansiri River) হৈছে অসমৰ গোলাঘাট জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ মুখ্য নদী। এই নদীখন নাগালেণ্ডৰ লাইছাং শৃংগ (Laisang peak)ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৩৫২ কিঃমিঃ। ই দক্ষিণৰ পৰা উত্তৰলৈ বৈ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ। এই নদীৰ অৱবাহিকাৰ মুঠ কালি হৈছে ১২২০ বৰ্গ কিঃমিঃ।[1]
ধনশিৰি নদী | |
দেশ | ভাৰত |
---|---|
প্ৰদেশ | অসম, নাগালেণ্ড |
উৎস | লাইছাং শৃংগ (Laisang peak) |
- অৱস্থান | নাগালেণ্ড, উত্তৰ-পূৰ্বাঞ্চল, ভাৰত |
মোহনা | ব্ৰহ্মপুত্ৰ নদী |
দৈৰ্ঘ্য | ৩৫২ কিমি (২১৮.৭২ মাইল) |
অৱবাহিকা | ১,২২০ বৰ্গকিমি (৪৭১.০৪ বৰ্গমাইল) |
জীৱ জগত
সম্পাদনা কৰকধনশিৰি নদীখন কাৰ্বি আংলং জিলা আৰু নাগালেণ্ড সীমান্তয়েদি বৈ আহোঁতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত বিভিন্ন জীৱ-জন্তু পোৱা যায়। ইয়াৰ একাষে ধনশিৰি সংৰক্ষিত বনাঞ্চল আৰু আনটো কাষত ইণ্টাঙ্কি ৰাষ্ট্ৰীয় উদ্যান (Intanki National Park).[2] ৰাষ্ট্ৰীয় উদ্যান আৰু ধনশিৰি নদীৰ পাৰত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ পোৱা যায়।[3]
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Geography of Golaghat". Government of Assam. http://golaghat.gov.in/geograph.htm। আহৰণ কৰা হৈছে: 2007-12-21.
- ↑ Choudhury, A.U. (2009). A Naturalist in Karbi Anglong. Revised 2nd edn. (1st pub. 1993), Gibbon Books, Guwahati, India. 152pp.
- ↑ "Brief documentation of Dhansiripar Block". Government of Nagaland. Archived from the original on 2007-06-27. http://dimapur.nic.in/files/dhansiripar.html। আহৰণ কৰা হৈছে: 2007-12-21.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- Source Geography of India( Majid Hussain, TMH)
- Wetlands along the Dhansiri River channel, Assam - A paper by MK Dutta and P Kotoky
- BBC Report:Marching on to Laffan's Plain - Chapter 12 by Alan Shaw
- Xobdo.Org Encyclopaedia entry on Dhansiri
- Nagaland Pollution Control Board's NWMP entry on water quality levels of the Dhansiri River Archived 2018-06-02 at the Wayback Machine