গোৱাৰ জিলাসমূহ
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
(Districts of Goaৰ পৰা পুনঃনিৰ্দেশিত)
গোৱা পশ্চিম ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী পানাজী। মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য গোৱাক দুখন প্ৰশাসনিক জিলাত ভাগ কৰা হৈছে।
জিলাসমূ্হ
সম্পাদনা কৰকগোৱাৰ দুখন জিলা হৈছে:
ক’ড | জিলা | সদৰ | জনসংখ্যা (২০১১)[1] |
মাটিকালি (বৰ্গ কিমি) |
জনঘনত্ব (প্ৰতি বৰ্গ কিমি) |
ৱেবছাইট |
NG | উত্তৰ গোৱা | পানাজী | ৮১৭,৭৬১ | ১,৭৩৬ | ৪৭১ | northgoa.nic.in Archived 2011-12-19 at the Wayback Machine |
SG | দক্ষিণ গোৱা | মাৰগাঅ’ | ৬৩৯,৯৬২ | ১,৯৬৬ | ৩২৬ | southgoa.nic.in |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Distribution of Population, Decadal Growth Rate, Sex-Ratio and Population Density" (XLS). The Registrar General & Census Commissioner, India, New Delhi-110011. 2010 - 2011. http://censusindia.gov.in/2011-prov-results/data_files/goa/table-1.xls। আহৰণ কৰা হৈছে: 2012-08-22.
বহিঃসংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত গোৱাৰ জিলাসমূহ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |