ভাৰতীয় নাগৰিকত্ব আইন
(Indian nationality lawৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতীয় সংবিধানৰ বিধান অনুযায়ী ব্যৱস্থাৰূপে গ্ৰহণ কৰা হৈছে। ১৯৫০ চনৰ নাগৰিকত্ব আইন অনুযায়ী এজন ব্যক্তি ভাৰতীয় নাগৰিক হ’ব, যদিহে-
- জন্মসূত্ৰে, ১৯৫০ চনৰ ২৬ জানুৱাৰী বা তাৰ পিছত ভাৰতত জন্ম হয়।
- দ্বিতীয়তে, উত্তৰাধিকাৰীসূত্ৰে অৰ্থাত পিতৃ বা মাতৃ ভাৰতীয় নাগৰিক হ’লে। এই ক্ষেত্ৰত ভাৰতৰ জন্ম ভাৰতৰ বাহিৰত হ’লেও তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব।
- পাচঁ বছৰ বা তাৰ অধিক ভাৰতত বাস কৰিলে নাগৰিকত্ব সম্বন্ধীয় বিধি-ব্যৱস্থাৰ জৰিয়তে তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে অবেদন কৰিব পাৰে (১৯৮৬ চনৰ ভাৰতীয় নাগৰিকত্ব আইন অনুসৰি )।
- স্বাভাৱিকৰণৰ মাধ্যমত – কোনো বিদেশীয়ে স্বাভাৱিক প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিক হিচাপে নিজকে দাবি কৰি ভাৰত চৰকাৰৰ ওচৰত আবেদন জনালে নাগৰিকত্ব লাভ কৰিব পাৰে।
- কোনো নতুন অঞ্চল ভাৰতৰ ভৌগোলিক সীমাৰেখাৰ ভিতৰত অন্তৰ্ভুক্ত হ’লে সেই অঞ্চলৰ বাসিন্দাসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰে।
ভাৰতীয় নাগৰিকত্ব আইন | |
---|---|
ভাষ্য | Act No. 57 of 1955 |
সংশোধনী | |
The Citizenship (Amendment) Act, 1986, the Citizenship (Amendment) Act, 1992, the Citizenship (Amendment) Act, 2003, and the Citizenship (Amendment) Act, 2005 | |
সাৰাংশ | |
Along with the Constitution of India, the Citizenship Act, 1955 is the exhaustive law relating to citizenship in India. |
নাগৰিকত্ব হেৰুৱাব পৰা কাৰণসমূহ হ’ল-
- দুখন দেশৰ নাগৰিকত্ব থাকিলে কোনো ব্যক্তিয়ে স্বচ্ছাই ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিব লাগে।
- বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে ভাৰতৰ নাগৰিকত্ব হেৰুৱাব লগাত পৰে।
- জালিয়াতিৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিলে সেয়া হেৰুৱাব লগীয়া হয়।
- দেশৰ সৈন্য বাহিনীৰ পৰা পলায়ন কৰিলে।
- যদিহে কোনো ব্যক্তিয়ে নিজৰ দেশৰ চৰকাৰৰ অনুমতি নোহোৱাকৈ অন্য দেশৰ সন্মান,পদবী গ্ৰণহ কৰে তেন্তে তেওৰ নাগৰিকত্ব বিলুপ্ত হব পাৰে।
- বিবাহসূত্ৰে কোনো ব্যক্তিয়ে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে পূৰ্বৰ নাগৰিকত্ব বিলুপ্ত হয়।
তথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক- Overseas Citizenship of India (OCI) - Indian Ministry of Home Affairs Archived 2011-09-02 at the Wayback Machine
- Extracts from the Citizenship Act 1955 - Indian Ministry of Home Affairs Archived 2009-02-07 at the Wayback Machine
- Constitutional provisions - Indian Citizenship
- Pdf versions of the Citizenship Act 1955 and Citizenship Rules 1956 Archived 2008-02-25 at the Wayback Machine
- OCI Card
- South China Morning Post of 25 September 2006, highlighting the plight of Indian ethnic minority BN(O)s in Limbo in Hong Kong
- South China Morning Post of 23 October 2006, criticising failure to properly process British citizenship applications of Indian-origin ethnic minority British nationals in Hong Kong
- Dual Nationality - US Embassy, New Delhi Archived 2016-03-17 at the Wayback Machine
- Indian Tourist Visa Archived 2016-03-11 at the Wayback Machine