আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা

(International Standard Book Numberৰ পৰা পুনঃনিৰ্দেশিত)


ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ (ISBN) (আই.এচ.বি.এন.) বা আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা সকলো ধৰনৰ বাৰকোড চিহ্নিতকৰণৰ বাবে ব্যৱহৃত এক সংখ্যায়ন পদ্ধতি যিটো বাণিজ্যিক দিশত ব্যৱহৃত হৈ আহিছে। ১৯৬৬ খ্ৰীষ্টাব্দত যুক্তৰাজ্যত এই সংখ্যায়ন পদ্ধতি প্ৰৱৰ্তন কৰা হয়। ইয়াৰ অনুৰূপ আৰু এক সংখ্যায়ন পদ্ধতি হৈছে আই.এচ.এচ.এন. যি মূলতঃ পত্ৰ-পত্ৰিকা আৰু সাময়িকীৰ ক্ষেত্ৰত ব্যৱহৃত হয়। ২০০৭ খ্ৰীষ্টাব্দৰ ১ জানুৱাৰী তাৰিখৰ পৰা আই.এচ.বি.এনক ১৩-ডিজিটৰ সংখ্যালৈ উন্নীত কৰা হৈছে।[1] এই সংখ্যায়নৰ সকলো দায়িত্ব বহনকাৰী হৈছে টিচি ৪৬/এচচি ৯।

A 13-digit ISBN, 978-3-16-148410-0, as represented by an EAN-13 bar code.


তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. As explained in this summary document from ISO

বাহ্যিক সংযোগসম্পাদনা কৰক