অহিৰাৱণ
শ্ৰীৰাম পাঁচালী অনুসৰি ৰাৱণৰ ভাতৃ
(Mahiravanৰ পৰা পুনঃনিৰ্দেশিত)
অহিৰাৱণ (ইংৰাজী: Ahiravan বা Mahiravan, সংস্কৃত: अहिरावण) কৃত্তিবাসী ৰামায়ণ বা শ্ৰীৰাম পাঁচালী অনুসৰি ঋষি বিশ্ৰবাৰ পুত্ৰ আৰু ৰাৱণৰ ভাতৃ আছিল। তেওঁ ৰাৱণ আৰু ৰাক্ষষ ৰজা মায়াৰ দ্বাৰা শাসিত পাতাল (Underworld) -ৰ ৰজা আছিল। সিহঁত ৰাক্ষস আছিল আৰু গোপনে তেওঁলোকৰ উপাসনাৰ বাবে ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণক নগৰ-লোকলৈ লৈ গৈছিল। কিন্তু হনুমানে অহিৰাৱণ আৰু তেওঁৰ সৈন্যবাহিনীক হত্যা কৰি ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণক ৰক্ষা কৰিছিল।[2]
অহিৰাৱণ | |
---|---|
কৃত্তিবাসী ৰামায়ণৰ চৰিত্ৰ | |
তথ্য | |
আত্মীয় | ৰাৱণ - ভাই[1] বিভীষণ - ভাই কুম্ভকৰ্ণ - ভাই শূৰ্পনখা - ভনী |
জনপ্ৰিয় সংস্কৃতিত
সম্পাদনা কৰকমহিৰাৱণ চৰিত্ৰ (Mairavan charitra) -খন ১৬ শতিকাত “অদিত্য কবি”য়ে কাব্য শৈলীত তেলেগু ভাষাত ৰচনা কৰিছিল।[3]
মহিৰাৱণৰ কাহিনীটোক লৈ ১৯৪০ চনত মহিৰাৱণ নামেৰে ঘন্তাচলা বলৰামাইয়াহে তেলেগু ছবি নিৰ্মাণ কৰিছিল। য’ত প্ৰবীণ অভিনেতা ভেমুৰি গাগ্গাইয়াহে মহিৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল।[4]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Amazing Facts About Ravana (Ravana was a prime antagonist character in the epic Ramayana. He had six brothers and two sisters namely Lord Kubera, Vibhishana, Kumbhakarna, King Khara, Dushana, King Ahiravan, Kumbhini and Surpanakha.)". Jagranjosh.com. https://m.jagranjosh.com/general-knowledge/10-amazing-facts-about-ravana-1469597380-1। আহৰণ কৰা হৈছে: 25 July 2021.
- ↑ "SankaTamochana". Archived from the original on 21 अगस्त 2009. https://web.archive.org/web/20090821194531/http://www.telusplanet.net/public/swamiji/ashramprayerbk/sankatamochana.htm.
- ↑ Mairavan charitra, A Dictionary of Indian Literature by Sujit Mukherjee; Page: 219.
- ↑ Mahiravana 1940 film at IMDb.