ম'ৰ্চ ক'ড
(Morse codeৰ পৰা পুনঃনিৰ্দেশিত)
ম'ৰ্চ ক'ড (ইংৰাজী: Morse code) হৈছে দূৰসংযোগৰ পদ্ধতি য'ত দুটা সংকেত, বিন্দু আৰু ডেচক নিৰ্দিষ্ট ক্ৰমত ৰাখি আখৰ আৰু সংখ্যাসমূহ সংকেতলৈ পৰিৱৰ্তন কৰি বাৰ্তা পঠিওৱা হয়।[2][3] টেলিগ্ৰাফৰ উদ্ভাৱক ছেমুৱেল ম'ৰ্চ নামেৰেই ইয়াক ম'ৰ্চ ক'ড নাম দিয়া হৈছিল। ম'ৰ্চ ক'ডত সৰুফলা আৰু ডাঙৰফলা আখৰৰ মাজত পাৰ্থক্য নাৰাখে।[1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "International Morse code Recommendation ITU-R M.1677-1". itu.int. International Telecommunication Union. October 2009. Archived from the original on 6 November 2012. https://web.archive.org/web/20121106142719/http://www.itu.int/rec/R-REC-M.1677-1-200910-I/। আহৰণ কৰা হৈছে: 23 December 2011.
- ↑ F. S. Beechey, Electro-Telegraphy, London: E. & F. N. Spon, 1876, p. 71
- ↑ F. J. Camm, Radio Engineer's Pocket Book, 2nd ed., Chemical Publishing Co., 1941, p. 72