১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
(National Highway 154 (India)ৰ পৰা পুনঃনিৰ্দেশিত)
১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 154, চমুকৈ NH 154) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ ধলেশ্বৰত আৰম্ভ হৈ মিজোৰামৰ কানপুইত গৈ শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ১৮০ কিঃমিঃ। ইয়াৰে ১১০ কিঃমিঃ অসমত আৰু ৭০ কিঃমিঃ মিজোৰামত আছে।[1]
ৰাষ্ট্ৰীয় ঘাইপথ ১৫৪ | |
---|---|
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
From | ধলেশ্বৰ, অসম |
To | কানপুই, মিজোৰাম |
Location | |
States | অসম: ১১০ কিঃমিঃ মিজোৰাম: ৭০ কিঃমিঃ |
Primary destinations | বৈৰবী |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
সংযোজিত স্থানসমূহ
সম্পাদনা কৰক- বৈৰবী (ইংৰাজী: Bairabi)
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক