৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
(National Highway 36 (India)ৰ পৰা পুনঃনিৰ্দেশিত)
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 36, চমুকৈ NH 36) হৈছে অসম আৰু নাগালেণ্ডৰ মাজত সংযোগ স্থাপন কৰা ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ নগাঁওত আৰম্ভ হৈ এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 170 km (110 মাইল)। ইয়াৰে 167 km (104 মাইল) অসমত আৰু 3 km (1.9 মাইল) নাগালেণ্ডত আছে।[1]
ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ | |
---|---|
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানচিত্ৰ | |
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
পশ্চিম end | নগাঁও, অসম |
পূব end | ডিমাপুৰ, নাগালেণ্ড |
Location | |
States | অসম: 167 km (104 মাইল) Nagaland: 3 km (1.9 মাইল) |
Primary destinations | নগাঁও - কঠীয়াতলি - দবকা - আমলখি - ডিমাপুৰ |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
অসমৰ নগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে লগ লাগিছেগৈ।
সংযোজিত ঠাইসমূহ
সম্পাদনা কৰকলগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02.
বাহ্যিক সংযোগ
সম্পাদনা কৰক