পঞ্চভুজ
(Pentagonৰ পৰা পুনঃনিৰ্দেশিত)
পঞ্চভূজ ৫ ৰেখা খণ্ড থকা এক বহুভূজ।[1]
পঞ্চভূজৰ ভিতৰুৱা কোণসমূহৰ মাপৰ যোগফল সম্পাদনা কৰক
পঞ্চভূজ এক বহুভূজ আৰু অন্য বহুভূজৰ দৰেই সকনো পঞ্চভূজৰ সকলো ভিতৰুৱা কোণৰ জোখৰ যোগফল একেই। পঞ্চভূজৰ সকনো ভিতৰুৱা কোণৰ জোখৰ যোগফন ৫৪০ ডিগ্ৰী।
প্ৰমাণ সম্পাদনা কৰক
দিয়া আছে: ১ পঞ্চভূজ ABCDE
প্ৰমাণ কৰিব লাগে: কোণ (EAB + ABC + BCD + CDE + DEA) = ৫৪০ ডিগ্ৰী
আঁকিব লাগে: AC, AD সংযুক্ত কৰা
প্ৰমাণ:
তথ্য সংগ্ৰহ সম্পাদনা কৰক
- ↑ xobdo.org