ৰাজস্থানী ভাষা

ইন্দ-আৰ্য ভাষা গোষ্ঠীৰ এটি ভাষা
(Rajasthani languageৰ পৰা পুনঃনিৰ্দেশিত)

ৰাজস্থানী ভাষা (দেৱনাগৰী: राजस्थानी) মূলত ৰাজস্থান ৰাজ্য আৰু হৰিয়ানা, পঞ্জাব, গুজৰাট আৰু মধ্য প্ৰদেশেৰ নিকটবৰ্তী অঞ্চলত ইন্দ-আৰ্য ভাষা গোষ্ঠীৰ এটি ভাষাক বুজায়। পাকিস্তানৰ সিন্ধু আৰু পঞ্জাব প্ৰদেশত ৰাজস্থানী ভাষী মানুহ আছে। [4] ৰাজস্থানী ভাষা পাৰ্শ্বৱৰ্তী হিন্দী ভাষাৰ পৰা স্বতন্ত্ৰ যদিও কিছু ভাষাগত সমতাৰ বাবে ইয়াক হিন্দীৰ এটা উপভাষা বুলি ধাৰণা কৰা হয়। তথাপিও ভাষা বিজ্ঞান আৰু ভাষাবিজ্ঞানীসকলৰ মতে ৰাজস্থানী ভাষা এটা স্বতন্ত্ৰ ভাষা।

ৰাজস্থানী
राजस्थानी
Rājasthānī
থলুৱা অঞ্চল ভাৰত, পাকিস্তান
অঞ্চল ৰাজস্থান আৰু পাৰ্শ্বৱৰ্তী ভাৰতীয় ৰাজ্য; ইয়াৰ উপৰিও পাকিস্তানৰ সিন্ধু আৰু পঞ্জাব প্ৰদেশৰ কিছু কিছু অঞ্চলত এই ভাষাত কথা কোৱা হয়।
স্থানীয় ভাষিক
[1]
ভাষা পৰিয়াল
ইন্দো-ইউৰোপীয়
পূৰ্বসূৰী
ভাষা সংকেত
ISO 639-2 raj
ISO 639-3 rajinclusive code
Individual codes:
bgq – Bagri
gda – Gade Lohar
gju – Gujari
mup – Malvi
wbr – Wagdi
hoj – Hadothi
lmn – Lambadi
noe – Nimadi
lrk – Loarki
গ্লোটোলগ raja1256[3]
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

ইতিহাস সম্পাদনা কৰক

লিখন পদ্ধতি সম্পাদনা কৰক

ভাৰতত ৰাজস্থানী ভাষা দেৱনাগৰী লিপিৰে লিখা হয়। ইয়াৰ পূৰ্বে, মহাজনী লিপি বা মুৰিয়া লিপিত ৰাজস্থানী ভাষা লিখা হৈছিল।

তথ্যসূত্ৰ সম্পাদনা কৰক

বহিঃসংযোগ সম্পাদনা কৰক

  1. "Error: no |title= specified when using {{Cite web}}". 
  2. Ernst Kausen, 2006. Die Klassifikation der indogermanischen Sprachen (Microsoft Word, 133 KB)
  3. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Rajasthani". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/raja1256. 
  4. Census of India, 2001. Rajasthan. New Delhi: Government Press