ব-দ্বীপ
(River deltaৰ পৰা পুনঃনিৰ্দেশিত)
ব-দ্বীপ (ইংৰাজী: River delta) হৈছে এক প্ৰাকৃতিক ভূমি। নদীয়ে কঢ়িয়াই লৈ অনা মাটি নদীৰ মোহনাত জমা হয়। এনে দীৰ্ঘদিনধৰি জমা হোৱা মাটিয়েই ব-দ্বীপৰ সৃষ্টি কৰে। এনেদৰে সৃষ্টি হোৱা দ্বীপৰ আকৃতি অসমীয়া বৰ্ণ ‘ব’-ৰ দৰে হোৱা বাবে ইয়াক ব-দ্বীপ নামাকৰণ কৰা হয়।
বহিঃসংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ব-দ্বীপ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- The World Delta Database – Louisiana State University Geology