মূল মেনু খোলক

সিন্ধী (আৰৱী লিপিতে: سنڌي, দেৱনাগৰী লিপিত: सिन्धी) পাকিস্তানৰ সিন্ধু প্ৰদেশেৰ প্ৰায় ৩ কোটি ৫০ লাখ আৰু ভাৰতৰ প্ৰায় ৮০ লাখ মানুহে এই ভাষাত কথা কয়।

ব্যৱহাৰসম্পাদনা কৰক

পাকিস্তানত প্ৰচলিত ভাষাবিলাকৰ মাজত ইয়াৰ স্থান তৃতীয়। সিন্ধী পাকিস্তান আৰু ভাৰতৰ চৰকাৰী ভাষা হিচাবে স্বীকৃত। ইণ্ডো-আৰ্য্য ভাষা হ'লেও সিন্ধী ভাষাৰ ওপৰত দ্ৰাবিড় ভাষাৰ বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়।

তথ্যসূত্ৰসম্পাদনা কৰক