অকাজী ফুল
(অকাজীৰ পৰা পুনঃনিৰ্দেশিত)
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
অকাজী ফুল (বৈজ্ঞানিক নাম: Coffea benghalensis) হৈছে Coffea গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ইয়াক ভাৰতৰ হাবিত পোৱা যায়।[1] ইয়াৰ অন্য অসমীয়া নামবোৰ হৈছে, ছাগলি ফুল, লেখাৰু আদি। ইংৰাজীত ইয়াক ইণ্ডিয়ান কেবেজ হোৱাইট বুলি জনা যায়।
অকাজী ফুল | |
---|---|
অকাজী ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Gentianales |
পৰিয়াল: | Rubiaceae |
গণ: | Coffea |
প্ৰজাতি: | benghalensis |
বৈজ্ঞানিক নাম | |
Coffea benghalensis B. Heyne ex Schult. 1819 |
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ৱিকিমিডিয়া কমন্সত Coffea benghalensis সম্পৰ্কীয় মিডিয়া ফাইল।
- ৱিকিপ্ৰজাতিত Coffea benghalensis সম্পৰ্কীয় তথ্য