গণ (জীৱবিদ্যা)
গণ( genus /ˈdʒiːnəs/ plural: genera) হৈছে, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত পৰিয়ালৰ তলত আৰু প্ৰজাতিৰ ওপৰত অৱস্থান কৰা এক বিশেষ বৰ্গীয় স্থান। জীৱৰ দ্বৈৰাশিক নামকৰণত, প্ৰতিটো প্ৰজাতিৰ বৈজ্ঞানিক নামটোৰ প্ৰথম পদটো প্ৰজাতিটোৰ গণৰ নামটোৱেই পূৰণ কৰে; যেনে - Pongo pygmaeus আৰু Pongo abelii হ'ল, Pongo (ওৰাংওটাং) নামৰ গণটোৰ অন্তৰ্গত দুটা প্ৰজাতি।
ইতিহাস
সম্পাদনা কৰকফৰাচী উদ্ভিদবিজ্ঞানী জোসেফ পিটন ডি ট্যুৰনিফোৰ্ট (১৬৫৬–১৭০৮)ক, "গণৰ আধুনিক ধাৰণাৰ প্ৰতিষ্ঠাতা" বুলি কোৱা হয়[1]।
গণবাচক নাম
সম্পাদনা কৰকগণৰ বৈজ্ঞানিক নামটোক, গণবাচক নাম বুলিও কোৱা। জীৱৰ বৈজ্ঞানিক নামকৰণত গণবাচক নামে নিৰ্ণায়ক ভূমিকা পালন কৰে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Stuessy, T. F. (2009). Plant Taxonomy: The Systematic Evaluation of Comparative Data (2nd সম্পাদনা). প্ৰকাশক New York: Columbia University Press. পৃষ্ঠা. 42. ISBN 9780231147125.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- Nomenclator Zoologicus: Index of all genus and subgenus names in zoological nomenclature from 1758 to 2004.
- Fauna Europaea Database for Taxonomy Archived 2013-10-17 at the Wayback Machine