অজয় কুমাৰ ৰায় (জন্ম ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অসমচিৰাং জিলাবিজনী বিধানসভা সমষ্টিৰ বিধায়ক। তেওঁ ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচন জয়ী হৈছিল। [1][2]

অজয় কুমাৰ ৰায়
ব্যক্তিগত তথ্য
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী
দাম্পত্যসঙ্গী চুমকী সাহা
পেচা ৰাজনীতিবিদ

প্ৰাথমিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

ৰায়দেৱে অসমৰ চিৰাং জিলাৰ বিজনী মহকুমা অন্তৰ্গত ফুলকুমাৰী গাঁৱত বাস কৰে। তেওঁৰ পিতৃৰ নাম হৰমোহন ৰায়। চুমকী সাহা সৈতে বিবাহ পাশত আবদ্ধ হৈছে।[3]তেওঁ ২০১২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। [4]

কেৰিয়াৰ

সম্পাদনা কৰক

২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি বিজনী বিধান সভা সমষ্টিৰ পৰা ৰায় জয়লাভ কৰে। তেওঁ ৪৫,৭৩৩টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ কমল সিং নাৰ্জাৰীক ১০০৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। [5][6]২০১৬ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় গণ পৰিষদৰ টিকটত বিজনী আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ১,৬৭৮টা ভোটৰ সংকীৰ্ণ ব্যৱধানত নাৰ্জাৰীৰ হাতত পৰাস্ত হৈছিল। পিছত তেওঁ বিজেপিলৈ স্থানান্তৰিত হৈ ২০২১ চনৰ নিৰ্বাচনত জয়লাভ কৰে।[3]


তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Bijni Assembly Election Results 2021 - Bijni Vidhan Sabha Election Results" (en ভাষাত). Times Now. https://www.timesnownews.com/elections/bijni-assam-election-result-2021. 
  2. "Assam Assembly election 2021: Full list of winners" (en ভাষাত). The Financial Express (India). 2021-05-03. https://www.financialexpress.com/india-news/assam-assembly-election-2021-full-list-of-winners/2243611/. 
  3. 3.0 3.1 "Ajoy Kumar Ray from Bijni: Early Life, Controversy & Political Career" (en ভাষাত). The Sentinel (Guwahati) (Assam). 2021-04-03. https://www.sentinelassam.com/assam-election-2021/candidates/phase3/ajoy-kumar-ray-from-bijni-early-life-controversy-political-career-532026. 
  4. "Ajoy Kumar Ray(Bharatiya Janata Party(BJP)):Constituency- BIJNI(BIJNI) - Affidavit Information of Candidate:". myneta.info. https://myneta.info/Assam2021/candidate.php?candidate_id=914। আহৰণ কৰা হৈছে: 2024-10-29. 
  5. "Assam Assembly election results: Full list of winners" (en ভাষাত). India Today. 2021-05-02. https://www.indiatoday.in/elections/assam-assembly-polls-2021/story/assam-assembly-election-results-full-list-of-winners-1798072-2021-05-02। আহৰণ কৰা হৈছে: 2024-10-29. 
  6. "Assam election results 2021: Here's the list of winners" (en-US ভাষাত). North East Live. 2021-05-03. https://northeastlivetv.com/topnews/assam-election-results-2021-heres-the-list-of-winners/.