অনিল কুম্বলে

ভাৰতীয় ক্ৰিকেট খেলুৱৈ

অনিল ৰাধাকৃষ্ণ কুম্বলে (ಅನಿಲ್ ಕುಂಬ್ಳೆ); জন্ম ১৭ অক্টোবৰ ১৯৭০) এজন ভাৰতীয় ক্ৰিকেটাৰ যিয়ে এদিনীয়া তথা টেষ্ট উভয় ক্ৰিকেটতেই ভাৰতৰ সৰ্বোচ্চ উইকেট দখলকৰা খেলুৱৈ।

অনিল কুম্বলে
{{{imagealt}}}
অনিল কুম্বলে
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম অনিল কুম্বলে
জন্ম ১৭ অক্টোবৰ, ১৯৭০ (৫৪ বছৰ)
বাংগালোৰ, ভাৰত
উপনাম জম্বো
উচ্চতা 6 ফুট 2 ইঞ্চি (1.9 মিটাৰ)
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া লেগ স্পীন
ভূমিকা প্ৰাক্তন কোচ, প্ৰাক্তন ক্ৰিকেটাৰ, প্ৰাক্তন বলাৰ তথা টেষ্ট ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (কেপ ১৯২) ৯ আগষ্ট ১৯৯০ বনাম ইংলেণ্ড
অন্তিম টেষ্ট ২৯ অক্টোবৰ ২০০৮ বনাম অষ্ট্ৰেলিয়া
অ'ডিআই অভিষেক (কেপ ৭৮) ২৫ এপ্ৰিল ১৯৯০ বনাম শ্ৰীলংকা
অন্তিম অ'ডিআই ১৯ মাৰ্চ ২০০৭ v বাৰ্মুদা
ঘৰুৱা দলৰ তথ্য
বছৰ দল
১৯৮৯/১০ – ২০০৮/০৯ কৰ্ণাটক ক্ৰিকেট দল
২০০৬ সৰে কাউণ্টি ক্ৰিকেট ক্লাব
২০০০ লিচেষ্টাৰশায়ৰ কাউণ্টি ক্ৰিকেট ক্লাব
১৯৯৫ নৰ্থহাম্পটনশায়ৰ কাউণ্টি ক্ৰিকেট ক্লাব
২০০৮-২০১০ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট ক্ৰিকেট এদিনীয়া আন্তৰ্জাতিক প্ৰথম শ্ৰেণী ক্ৰিকেট এ ক্ৰিকেট
মুঠ খেল ১৩২ ২৭১ ২৪৪ ৩৮০
ৰাণ ২,৫০৬ ৯৩৮ ৫,৫৭২ ১,৪৫৬
বেটিং গড় ১৭.৭৭ ১০.৫৪ ২১.৬৮ ১১.২০
শতক/অৰ্ধশতক ১/৫ ০/০ ৭/১৭ ০/০
সৰ্বোচ্চ ৰাণ ১১০* ২৬ ১৫৪* ৩০*
বল ৪০,৮৫০ ১৪,৪৯৬ ৬৬,৯৩১ ২০,২৪৭
উইকেট ৬১৯ ৩৩৭ ১,১৩৬ ৫১৪
বলিং গড় ২৯.৬৫ ৩০.৮৯ ২৫.৮৩ ২৭.৫৮
এটা ইনিংছত ৫টা উইকেট ৩৫ ৭২
এখন খেলত ১০টা উইকেট নাই ১৯ নাই
শ্ৰেষ্ঠ বলিং ১০/৭৪ ৬/১২ ১০/৭৪ ৬/১২
কেচ্চ/ষ্টাম্পিং ৬০/– ৮৫/– ১২০/– ১২২/–
উৎস: http://www.espncricinfo.com/india/content/player/30176.html ক্ৰিক্‌ইন্ফো, ৮ নৱেম্বৰ ২০০৮

বিশ্বৰ তৃতীয় সৰ্বোচ্চ টেষ্ট উইকেট দখলকৰা খেলুৱৈ। এক ইনিংছত ১০টা উইকেট দখলকৰাৰ ৰেকৰ্ডো আছে তেওঁৰ নামত।

টেষ্ট মেচত ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত সৰ্বাধিকবাৰ ১০ বা তাতোকৈ বেছি উইকেট ন দখল কৰাৰ ৰেকৰ্ড আছে তেওঁৰ নামত। ৮ বাৰ এই লাভ কৰে।

১০ বা তাতকৈ বেছি উইকেট
চন বিপক্ষ খেলপথাৰ খেলৰ ফলাফল
১৯৯৪   শ্ৰীলংকা কে ডি সিং বাবু ষ্টেডিয়াম, লক্ষ্ণৌ ভাৰতে এক ইনিংছ আৰু ১১৯ ৰাণৰ ব্যৱধানত জয়লাভ কৰে।
১৯৯৯   পাকিস্তান অৰুণ জেটলি ষ্টেডিয়াম ভাৰতে ২১২ ৰাণত জয়লাভ কৰে।
১৯৯৯   নিউজিলেণ্ড গ্ৰিন পাৰ্ক ষ্টেডিয়াম ভাৰতে ৮ উইকেটত জয়লাভ কৰে।
২০০১   ইংলেণ্ড চৰ্দাৰ পেটেল ষ্টেডিয়াম মেচ ড্ৰ'
২০০৪   অষ্ট্ৰেলিয়া ছিডনি ক্ৰিকেট গ্ৰাউণ্ড মেচ ড্ৰ'
২০০৪   অষ্ট্ৰেলিয়া এম. এ. চিদাম্বৰম ষ্টেডিয়াম মেচ ড্ৰ'
২০০৫   পাকিস্তান ইডেন গাৰ্ডেন ভাৰতে ১৯৫ ৰাণত জয়লাভ কৰে।
২০০৫   শ্ৰীলংকা অৰুণ জেটলি ষ্টেডিয়াম ভাৰতে ১৮৮ ৰাণত জয়লাভ কৰে।

[1]

২০০৮ চনত ফিৰোজ শাহ কোটলা মাঠ খেলপথাৰত কুম্বলেই ক্ৰিকেটৰ পৰা অৱসৰ লয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Error: no |title= specified when using {{Cite web}}".