অনুতাই ৱাঘ (১৭ মাৰ্চ ১৯১০ – ১৯৯২)[1] ভাৰতৰ প্ৰাক-বিদ্যালয় শিক্ষাৰ অন্যতম পথ প্ৰদৰ্শক আছিল। তেওঁ তাৰবাই মোডাকৰ পেছাদাৰী সহকৰ্মী আছিল[2]। মোডাকৰ সৈতে তেওঁ এনে এটা কাৰ্যসূচীৰ পথ প্ৰদৰ্শক আছিল, যাৰ পাঠ্যক্ৰম থলুৱা আছিল, কম খৰচী পাঠদান সামগ্ৰী ব্যৱহাৰ কৰিছিল আৰু অংশগ্ৰহণকাৰীসকলৰ সামগ্ৰিক বিকাশৰ লক্ষ্য আছিল।[3] এ ডি এন বাজপেয়ীয়ে তেওঁক "উচ্চ সমাজ সংস্কাৰক" বুলি বৰ্ণনা কৰিছে।[4] ১৯৮৫ চনত জামনালাল বাজাজ বঁটা লাভ কৰিছিল[5]বুলি এটা অনুতাই ৱাঘৰ তথ্য-আত্মজীৱনী-ফ্ৰম দা হিল অফ কচবাদ(From the hill of Kosbad)ৰ পৰা জনা যায়।

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. Biography of Anutai Wagh
  2. Jayant Patil (1996). Agricultural and Rural Reconstruction: A Sustainable Approach. Concept Publishing Company. পৃষ্ঠা. 163. ISBN 978-81-7022-589-8. https://books.google.com/books?id=JW3N-JtJuaYC&pg=PA163. 
  3. Jyotsna Pattnaik (2004). Childhood in South Asia: A Critical Look at Issues, Policies, And Programs. IAP. পৃষ্ঠা. 104. ISBN 978-1-59311-020-8. https://books.google.com/books?id=iQzw-pRcg4UC&pg=PA104. 
  4. A. D. N. Bajpai (1995). Emerging Trends in Indian Economy: Papers in Honour of Prof. Daya Shankar Nag. Atlantic Publishers & Dist. পৃষ্ঠা. 490. ISBN 978-81-7156-520-7. https://books.google.com/books?id=j930PO7zg3sC&pg=PA490. 
  5. "Jamnalal Bajaj Award". Jamnalal Bajaj Foundation. 2015. http://www.jamnalalbajajfoundation.org/awards/archives/1985/women-and-child-welfare/smt-anutai-vagh. [সংযোগবিহীন উৎস]