অসমীয়া আৰু অসমৰ ভাষা-উপভাষা

অসমীয়া আৰু অসমৰ ভাষা-উপভাষা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ৷ লিখক উপেন ৰাভা হাকাচাম৷ প্ৰথম প্ৰকাশ হয় ২০০৯ চনত৷ প্ৰকাশক জ্যোতি প্ৰকাশন[1] গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে৷ লগতে অসমৰ নব্য স্বীকৃত/অস্বীকৃত ভাষা, অসমৰ বিভিন্ন নৃগোষ্ঠীয় উপভাষা, অসমীয়াৰ জাতিগত/সামাজিক শ্ৰেণীগত উপভাষা, ভাষা-উপভাষাৰ তুলনামূলক আলোচনা, অসমত সংযোগী ভাষাৰ প্ৰাসংগিকতা, অসমীয়া ভাষাৰ সমকালীন ৰূপ আদি বিষয়সমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে৷

অসমীয়া আৰু অসমৰ ভাষা-উপভাষা  
লেখক উপেন ৰাভা হাকাচাম
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ ভাষা বিষয়ক গ্ৰন্থ
মিডিয়া প্ৰকাৰ মুদ্ৰণ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. উপেন ৰাভা হাকাচাম (২০১৪). অসমীয়া আৰু অসমৰ ভাষা-উপভাষা. জ্যোতি প্ৰকাশন.