অসমৰ জনজাতি প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য লিখিত এখন গ্ৰন্থ৷ গ্ৰন্থখনত অসম, নগাভূমি আৰু উত্তৰ পূব সীমান্ত অঞ্চলৰ জনজাতিসমূহৰ বিৱৰণ আছে৷ সেইদৰে পাহাৰ আৰু ভৈয়ামৰ অন্যান্য জনজাতিসকলৰ বিষয়েও চমু পৰিচয় আছে৷

অসমৰ জনজাতি  
লেখক প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশ ১৯৬২
মিডিয়া প্ৰকাৰ মুদ্ৰণ

বাহ্যিক সংযোগ সম্পাদনা কৰক