অসমৰ বিলসমূহৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

বিল হৈছে চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। সাধাৰণতে গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ পূব ভাৰতীয় ৰাজ্য অসম আৰু পশ্চিম বংগৰ লগতে বাংলাদেশৰ হ্ৰদৰ দৰে বৃহৎ স্থিতিশীল পানীৰে পূৰ্ণ আদ্ৰভূমিক বুজাবলৈ বিল শব্দটো ব্যৱহাৰ কৰা হয়। কেন্দ্ৰীয় আন্তদেশীয় ফিছাৰী গৱেষণা প্ৰতিষ্ঠানৰ সমীক্ষা অনুসৰি অসমত ১৩৯২খন বিল আছে। পঞ্জীয়ন নোহোৱা প্ৰায় ৭০ শতাংশ অঞ্চল খেতি কৰিব পৰা এলেকাৰ ভিতৰত পৰে।[1] অসমৰ উল্লেখযোগ্য বিলসমূহৰ তালিকা তলত উল্লেখ কৰা হ'ল:

সোণ বিল

তিনিচুকীয়া জিলা সম্পাদনা কৰক

ডিব্ৰুগড় জিলা সম্পাদনা কৰক

  • লমঘৰী বিল
  • মেৰ বিল
  • দিহিংএৰাসুঁতি বিল[2]
  • মাইজান বিল

শিৱসাগৰ জিলা সম্পাদনা কৰক

  • বোকা বিল
  • বৰবোকা বিল
  • দিখৌমোমাই বিল

যোৰহাট জিলা সম্পাদনা কৰক

গোলাঘাট জিলা সম্পাদনা কৰক

  • শংকৰ বিল
  • ন বিল
  • গৰুচৰা বিল
  • গেলাবিল
  • মৰিদিচৈ বিল

ধেমাজি জিলা সম্পাদনা কৰক

  • হলৌডোঙা
  • ফুটুকাবাৰী
  • কেঁচুখানা
  • পোৱাশইকীয়া
  • পাভমাৰি
  • কাণিবিল

লখিমপুৰ জিলা সম্পাদনা কৰক

  • বিলমুখ
  • মৰিচাম্পৰা[2]

নগাঁও জিলা সম্পাদনা কৰক

  • সমৰজান
  • মেৰ
  • শিৱস্থান
  • চামগুৰি[2]

মৰিগাঁও জিলা সম্পাদনা কৰক

  • চৰণ বিল
  • মৰি বিল

শোণিতপুৰ জিলা সম্পাদনা কৰক

  • দীঘলী বিল
  • খাৰৈ বিল
  • গৰৈমাৰি বিল

দৰং জিলা সম্পাদনা কৰক

  • মৈলহাতা
  • বধিসিঁচি
  • গাথাইয়া

কামৰূপ জিলা সম্পাদনা কৰক

গোৱালপাৰা জিলা সম্পাদনা কৰক

  • টাৰণৰঙা

নলবাৰী জিলা সম্পাদনা কৰক

  • ঘগ্ৰাজান
  • চথাজান
  • মৰাচাউলখোৱা[2]

বৰপেটা জিলা সম্পাদনা কৰক

কৰিমগঞ্জ জিলা সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. চুলতানা হাজৰিকা (১ - ১৫ ডিছেম্বৰ ২০১৩). "অসমৰ আৰ্দ্ৰভূমি আৰু ইয়াৰ ব্যৱস্থাপনা". প্ৰান্তিক খণ্ড ৩৩শ বছৰ (১ম সংখ্যা): পৃষ্ঠা ২৯. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 "Ecology and fisheries of beels in Assam" (en ভাষাত). Central Inland Fisheries Research Institute. http://cifri.res.in/Bulletins/Bulletin%20No.104.pdf। আহৰণ কৰা হৈছে: 7 November 2020. 
  3. "Lakes and Water Bodies" (en ভাষাত). Guwahati Development Board, Government of Assam. https://gdd.assam.gov.in/frontimpotentdata/lakes-and-water-bodies-0। আহৰণ কৰা হৈছে: 8 November 2020.