অসম জাতীয় বিদ্যালয়

অসমৰ এক শৈক্ষিক ন্যাস


অসম জাতীয় বিদ্যালয়, নুনমাটী (ইংৰাজী: Assam Jatiya Bidyalaya) এখন ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়। কামৰূপ জিলানুনমাটী অঞ্চলত থকা এইখন এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান। এই বিদ্যালয়খন ১৯৯৪ চনৰ ১ জানুৱাৰী তাৰিখে ‘অসম জাতীয় বিদ্যালয় শিক্ষা আৰু আৰ্থ সামাজিক ন্যাস’ৰ দ্বাৰা স্থাপন কৰা হয়।[1]

অসম জাতীয় বিদ্যালয়
image_size=200px
প্ৰতিক চিহ্ন
মূলমন্ত্ৰ কৰ্ম মোৰ সংস্কৃতি
স্থাপিত ১ জানুৱাৰী, ১৯৯৪[1]
ধৰণ ব্যক্তিগত
ধৰ্মীয় ভুক্তি চেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
স্থান নুনমাটী, অসম,, ভাৰত
ৱেবছাইট www.assamjatiyabidyalay.com

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 "অসম জাতীয় বিদ্যালয়". অসম জাতীয় বিদ্যালয়. Archived from the original on 28 September 2020. https://web.archive.org/web/20200928190718/https://www.infinitecourses.com/School-Details.aspx?School=Asom-Jatiya-Vidyalaya&SchoolID=1033। আহৰণ কৰা হৈছে: 16 June 2022.