অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয়
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয় হৈছে অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয়। [1]
অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | ज्ञानम परमं बलम |
স্থাপিত | ২০২২ চনত |
ধৰণ | ৰাজহুৱা বিশ্ববিদ্যালয় |
আচাৰ্য | ৰাজ্যপাল, অৰুণাচল প্ৰদেশ |
উপাচাৰ্য | টমো ৰিবা |
স্থান | পাছিঘাট, অৰুণাচল প্ৰদেশ, ভাৰতবৰ্ষ |
ভুক্তি | বিশ্ববিদ্যালয় অনুদান আয়োগ |
ৱেবছাইট | apupsg |
অৱস্থিত
সম্পাদনা কৰকবিশ্ববিদ্যালয়খন ৰাজ্যখনৰ পূব ছিয়াং জিলাৰ পাছিঘাট নামৰ ঠাইখনত অবস্থিত।
ইতিহাস
সম্পাদনা কৰক১ জুলাই, ২০২২ তাৰিখে প্ৰতিষ্ঠা কৰা এইখন ৰাজ্যখনৰ একমাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় অনুদান আয়োগ আইন ১৯৫৬ৰ ২২ নং ধাৰা অনুসৰি বিশ্ববিদ্যালয়খনে ডিগ্ৰী প্ৰদান কৰিব পাৰে। বিশ্ববিদ্যালয়খনে প্ৰয়োজনীয় সকলো অনুমোদনৰ সৈতে বিভিন্ন বিভাগসমূহ, সংযুক্ত মহাবিদ্যালযসমূহৰ জৰিয়তে বিভিন্ন পাঠ্যক্ৰম আগবঢ়াব পাৰে।[2]
বিভাগ
সম্পাদনা কৰকবিশ্ববিদ্যালয়খনে বাণিজ্য, শিক্ষা, অৰ্থনীতি, সমাজ কৰ্ম, আৰু জনজাতীয় অধ্যয়নৰ পাঁচটা স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায় আছে। বিশ্ববিদ্যালয়ৰ লক্ষ্য হৈছে আৰ্থ-সামাজিক উন্নয়ন আৰু অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক ঐতিহ্যক প্ৰচাৰ কৰা। বিশ্ববিদ্যালয়খনে নিজৰ জ্ঞানৰ জৰিয়তে সমাজ সবলীকৰণ কৰিব পৰা বুদ্ধিজীৱীক লালন-পালন কৰিবলৈ অধিক স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।[3][4]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "The ARUNACHAL PRADESH UNIVERSITY ACT, 2012". India Code. 17 April 2012. https://www.indiacode.nic.in/bitstream/123456789/3952/1/2017%20EOG%2080%20university%20bill.pdf। আহৰণ কৰা হৈছে: 12 July 2024.
- ↑ "Universities". University Grant Commission. UGC. 12 July 2023. https://www.ugc.gov.in/universitydetails/university?type=LZ1FUMk6U2JWGNLvhWfVSA==। আহৰণ কৰা হৈছে: 12 July 2024.
- ↑ "APU celebrates 2nd foundation day; to offer PhD prog". The Arunachal Time. 3 July 2024. https://arunachaltimes.in/index.php/2024/07/03/apu-celebrates-2nd-foundation-day-to-offer-phd-prog/। আহৰণ কৰা হৈছে: 12 July 2024.
- ↑ "ARUNACHAL PRADESH UNIVERSITY BEGINS FIRST ACADEMIC SESSION". Eastern Sentinel. 23 August 2023. https://www.easternsentinel.in/news/state/arunachal-pradesh-university-begins-first-academic-session.html। আহৰণ কৰা হৈছে: 12 July 2024.