অৰুণী ৰাজপক্ষ
অৰুণী ৰাজপক্ষ (ইংৰাজী: Aruni Rajapaksha) হৈছে শ্ৰীলংকাৰ এগৰাকী মডেল, অভিনেত্ৰী, টিভি আয়োজক আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী।[1]
অৰুণী ৰাজপক্ষ | |
---|---|
২০০৬ চনত অৰুণী | |
জন্ম | අරුණි රාජපක්ෂ ৫ জানুৱাৰী, ১৯৮৪ কল্পিতীয়া, পুত্তলাম জিলা, শ্ৰীলংকা |
উচ্চতা | 173 cm |
দাম্পত্যসঙ্গী | নলিন সমৰবিক্ৰম (বি. ২০১৫) |
সন্তান | ডায়েৰা সমৰবিক্ৰম, ইনাৰা সমৰাৱিক্ৰামা |
ৱেবছাইট | |
arunirajapaksha.com |
ব্যক্তিগত জীৱন
সম্পাদনা কৰক১৯৮৪ চনৰ ৫ জানুৱাৰী তাৰিখে শ্ৰীলংকাৰ কল্পিতীয়া চহৰত অৰুণী ৰাজপক্ষই জন্মগ্ৰহণ কৰিছিল। তেওঁ শ্ৰীলংকাৰ কেন্দ্ৰীয় প্ৰদেশৰ কেণ্ডী চহৰত ডাঙৰ-দীঘল হৈছিল। জি.চি.ই. এডভান্স লেভেল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত, অৰুণীয়ে সচিবালয়ৰ পাঠ্যক্ৰম এটা অধ্যয়নৰ উদ্দেশ্যে কেণ্ডীৰ কাৰিকৰী মহাবিদ্যালয়ত নামভৰ্তি কৰে। সেই সময়ছোৱাত, তেওঁ কেণ্ডীত ফেশ্বন শ্ব’ৰ আয়োজন কৰিছিল। যাৰ ফলত তেওঁ মডেলিঙত কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ পাইছিল।[2] ২০১৫ চনত তেওঁ নলিন সমৰবিক্ৰমৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁ দুজনী যমজ কন্যা সন্তানৰ মাতৃ।
কৰ্মজীৱন
সম্পাদনা কৰক২০০৪ চনত, অৰুণিয়ে উদাৰতা মেনিকে খিতাপ আৰু ২০০৫ বৰ্ষৰ কেপ্ৰী বিউটি কুইনৰ খিতাপ লাভ কৰে।[3]
অৰুণীয়ে "হেল্লʼ শ্ৰীলংকা" আৰু "লিয়াসেৱানা"ৰ দৰে বিভিন্ন অনুষ্ঠানৰ আয়োজক হিচাপেও কাম কৰি আহিছে।[4]
চলচ্চিত্ৰপুঞ্জী
সম্পাদনা কৰকবৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | টোকা |
---|---|---|---|
২০১২ | চুপাৰ চিক্স | শ্বেৰিন | মুখ্য অভিনেত্ৰী |
২০১৫ | মহাৰাজ গেমুনু | কলু মেনীকা | পাৰ্শ্ব অভিনেত্ৰী |
২০১৫ | এড্ৰেছ না (নʼ এড্ৰেছ)[5] | নাথালিয়া | পাৰ্শ্ব অভিনেত্ৰী |
২০১৬ | পাত্থিনি | মাধৱী | পাৰ্শ্ব অভিনেত্ৰী |
২০১৬ | আদৰণীয় কাথাৱাক (এ মেলোডি অৱ লাভ)[6] | দেউলী | সংগীতধৰ্মী চলচ্চিত্ৰ |
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Aruni Rajapaksha - Beauty Queen, Model, Film Actress and TV Presenter" (en-US ভাষাত). Aruni Rajapaksha. http://www.arunirajapaksha.com/। আহৰণ কৰা হৈছে: 2021-06-30.
- ↑ Dhananjani Silva (2007-04-22). "It was one goal at a time for this Kandy lamissi". http://www.sundaytimes.lk/070422/Plus/027_pls.html.
- ↑ Lakna Paranamanna (2008-12-14). "Udarata Menike on the ramp". http://www.nation.lk/2008/12/14/youth6.htm। আহৰণ কৰা হৈছে: 6 January 2015.
- ↑ "travel and living". hirutv.lk. Archived from the original on 2015-01-06. https://archive.today/20150106162340/http://www.hirutv.lk/travel-and-living.html। আহৰণ কৰা হৈছে: 2015-01-06.
- ↑ "'Address Nehe' A plot about people without address". sundaytimes.lk. 2014-01-19. http://www.sundaytimes.lk/140119/magazine/address-nehe-a-plot-about-people-without-address-79851.html। আহৰণ কৰা হৈছে: 2015-01-06.
- ↑ "'Adaraneeya Kathawak' completes shooting". sundaytimes.lk. 2014-08-24. http://www.sundaytimes.lk/140824/magazine/adaraneeya-kathawak-completes-shooting-114405.html। আহৰণ কৰা হৈছে: 2015-01-06.
বাহ্যিক সংযোগ
সম্পাদনা কৰকAwards and achievements | ||
---|---|---|
পূৰ্বৱৰ্তী জেকলিন ফাৰ্নাণ্ডেজ |
মিছ ইউনিভাৰ্ছ শ্ৰীলংকা ২০০৭ |
পৰৱৰ্তী ফেইথ লেণ্ডাৰছ |