১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৫ জানুৱাৰী (ইংৰাজী: 5 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬০টা দিন (অধিবৰ্ষত ৩৬১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী সম্পাদনা কৰক

  • ১৮৩১ খৃঃ - পানামাই কলম্বিয়াৰ পৰা স্বাধীনতা লাভ কৰিছিল।
  • ১৮৯৬ খৃঃ - ৰ'য়েণ্টজেনৰ দ্বাৰা এক্স ৰে' আৱিষ্কাৰৰ প্ৰথম বাতৰি প্ৰকাশ অষ্ট্ৰিয়াৰ ৱায়েনাৰ প্ৰেছী নামৰ বাতৰি কাকত খনত।

জন্ম সম্পাদনা কৰক

  • ১৫৯২ - শ্বাহ জাহান, মোগল সম্ৰাট।
  • ১৮৬৩ - কণষ্টানটাইন ছাৰ্গেভেইজ ষ্টেনিস্লেৱিস্কি, বিখ্যাত ৰুছ অভিনেতা, শিক্ষক আৰু চিন্তাবিদ।
  • ১৯৩৪ - মুৰুলী মনোহৰ জোশী, ভাৰতীয় ৰাজনীতিক।
  • ১৯৪৬ - সাবিত্ৰী হৈস্নাম্, ভাৰতীয় মঞ্চ অভিনেত্ৰী।
  • ১৯৫৫ - মমতা বেনাৰ্জী, পশ্চিমবংগৰ একাদশতম মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভানেত্ৰী।
  • ১৯৭২ - মনীষ সিসোদিয়া, ভাৰতীয় ৰাজনীতিবিদ আৰু দিল্লী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী।
  • ১৯৮৬ - দীপিকা পাডুকন, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক