অৰুণ কুমাৰ চন্দ
ভাৰতৰ স্বাধীনতা সংগ্ৰামী
অৰুণ কুমাৰ চন্দ (১৮৯৯–১৯৪৭) অসমৰ কাছাৰ জিলাৰ এগৰাকী সমাজসেৱক, সাহিত্যিক তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী আছিল৷[1] ভাৰত চৰকাৰে তেওঁৰ সন্মানত এখন ডাকটিকট জাৰি কৰে।[2] তেওঁ বাংলা ভাষাৰ সাপ্তাহিক আলোচনী সপ্তকৰ সম্পাদকো আছিল৷ শিলচৰত, তেখেতৰ স্মৃতিত ১৯৬০ চনত এ কে চন্দ আইন মহাবিদ্যালয় নামেৰে এখন আইন মহাবিদ্যালয় স্থাপন কৰা হয়।[3]
অৰুণ কুমাৰ চন্দ | |
---|---|
২০০০ চনৰ ভাৰতৰ ডাকটিকটত অৰুণ কুমাৰ চন্দ | |
জন্ম | ১৭ ফেব্ৰুৱাৰী, ১৮৯৯ শিলচৰ, অসম, ভাৰত |
মৃত্যু | ২৫ এপ্ৰিল, ১৯৪৭ (বয়স ৪৮) কলকাতা, পশ্চিমবংগ, ভাৰত |
পেচা | ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী সমাজসেৱক |
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Arun Kumar Chanda". 19 April 2024. https://amritmahotsav.nic.in/district-reopsitory-detail.htm?1914। আহৰণ কৰা হৈছে: 19 April 2024.
- ↑ "2000 Birth Centenaries of Socio-Political Personalities : Arun Kumar Chanda (Leader of Postal and RMS Trade Union) 1v Stamp". 19 April 2024. https://www.philaart.com/shop/stamps-of-india/independent-india/commemorative-stamps/arun-kumar-chanda/। আহৰণ কৰা হৈছে: 19 April 2024.
- ↑ Gyandarshan Edusolutions Private Limited (2017-04-25). "The law college in Silchar offers legal education through its three-year under graduate program.." (en-US ভাষাত). Educational Portal India. https://www.scientiaeducare.com/arun-kumar-chanda-law-college/। আহৰণ কৰা হৈছে: 2019-08-18.