কাছাৰ জিলা

ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা
ৱিকিপিডিয়া:চমু প্ৰবন্ধ এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক

কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।[2][3][4]

কাছাৰ জিলা
অসমত কাছাৰৰ অৱস্থান
অসমত কাছাৰৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ বৰাক উপত্যকা
সদৰ শিলচৰ
মহকুমা শিলচৰ, লক্ষীপুৰ
চৰকাৰ
 • লোকসভা সমষ্টি শিলচৰ
 • বিধানসভা সমষ্টি শিলচৰ (৯), সোণাই (১০), ধলাই (১১), উদাৰবন্দ (১২), লক্ষীপুৰ (১৩), বৰখলা (১৪), কাটিগড়া (১৫)
কালি
 • মুঠ
৩,৭৮৬ বৰ্গকিমি (১,৪৬২ বৰ্গমাইল)
জনসংখ্যা
 (2011)[1]
 • মুঠ
১৭,৩৬,৬১৭
 • ঘনত্ব ৪৬০/km (১,২০০/sq mi)


অৰ্থনীতি

সম্পাদনা কৰক

শিলচৰ অসমৰ অন্যতম বৃহৎ বাণিজ্যিক কেন্দ্ৰ।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক

https://assamz.blogspot.com/2020/04/blog-post_3.html?m=1}}