কাছাৰ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা
- এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক।
কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।[2][3][4]
কাছাৰ জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | বৰাক উপত্যকা |
সদৰ | শিলচৰ |
মহকুমা | শিলচৰ, লক্ষীপুৰ |
চৰকাৰ | |
• লোকসভা সমষ্টি | শিলচৰ |
• বিধানসভা সমষ্টি | শিলচৰ (৯), সোণাই (১০), ধলাই (১১), উদাৰবন্দ (১২), লক্ষীপুৰ (১৩), বৰখলা (১৪), কাটিগড়া (১৫) |
কালি | |
• মুঠ | 3,786 km2 (1,462 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ | 17,36,617 |
• ঘনত্ব | 460/km2 (1,200/sq mi) |
অৰ্থনীতি
সম্পাদনা কৰকশিলচৰ অসমৰ অন্যতম বৃহৎ বাণিজ্যিক কেন্দ্ৰ।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ census2011.co.in. "Cachar District : Census 2011". http://www.census2011.co.in/census/district/144-cachar.html। আহৰণ কৰা হৈছে: 29 December 2018.
- ↑ "Assam recognises Manipuri as associate official language in four districts" (en ভাষাত). Hindustan Times. 2024-02-24. https://www.hindustantimes.com/india-news/assam-recognises-manipuri-as-associate-official-language-in-four-districts-101708770769105.html। আহৰণ কৰা হৈছে: 2024-02-24.
- ↑ PTI (2024-02-24). "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/assam-cabinet-gives-nod-to-recognise-manipuri-as-associate-official-language-in-four-districts/article67881260.ece.
- ↑ "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en ভাষাত). The Indian Express. 2024-02-24. https://indianexpress.com/article/north-east-india/assam/assam-cabinet-recognise-manipuri-associate-official-language-four-districts-9178285/। আহৰণ কৰা হৈছে: 2024-02-24.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ৱিকিমিডিয়া কমন্সত কাছাৰ জিলা সম্পৰ্কীয় মিডিয়া ফাইল।
- আধিকাৰিক ৱেবছাইট
- {{কাছাৰ জিলাৰ নামৰ উৎপত্তি ।