আইজল
আইজল (ইংৰাজী: Aizawl; ইংৰাজী ভাষাউচ্চাৰণ: /aɪˈzɔːl/;[2] মিজো: [ˈʌɪ̯.ˈzɔːl] ( শুনক)) হৈছে মিজোৰামৰ ৰাজধানী চহৰ। ১৮৯০ চনত ২৫ ফেব্ৰুৱাৰীত আইজল চহৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। মুঠ ২,৯৩,৪১৬ জনসংখ্যাৰে[3] ই ৰাজ্যখনৰ বৃহত্তম চহৰ। ৰাজ্যৰ প্ৰশাসনীয় কাম-কাজসমূহ ইয়াৰপৰাই পৰিচালিত হয়। জনগাঁঠনিৰ সিংহভাগ মিজোসকলৰ বিভিন্ন জনগোষ্ঠীৰে গঠিত।
আইজল | |
---|---|
ৰাজধানী | |
দেশ | ভাৰত |
ৰাজ্য | মিজোৰাম |
জিলা | আইজল |
চৰকাৰ | |
• পৰিচালনা | আইজল পৌৰসভা |
• মেয়ৰ | পি.চি. লাহমিংথাঙা (মিজো নেচনেল ফ্ৰ'ণ্ট) |
কালি | |
• মুঠ |
457 km2 (176 sq mi) |
উচ্চতা | ১,১৩২ মিটাৰ (৩,৭১৪ ফুট) |
জনসংখ্যা (২০১১) | |
• মুঠ |
২৯৩৪১৬ |
• ঘনত্ব | 234/km2 (610/sq mi) |
ইতিহাস
সম্পাদনা কৰকভৌগোলিক বিৱৰণ
সম্পাদনা কৰকজনগাঁঠনি
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত আইজল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ↑ 1.0 1.1 "Aizawl City Census 2011 data". census2011.co.in. http://www.census2011.co.in/census/city/185-aizawl.html। আহৰণ কৰা হৈছে: 17 May 2018.
- ↑ "Definition of Aizawl". The Free Online Dictionary. http://www.thefreedictionary.com/Aizawl। আহৰণ কৰা হৈছে: 31 October 2013.
- ↑ "Aizawl City Population". census2011.co.in. http://www.census2011.co.in/census/city/185-aizawl.html। আহৰণ কৰা হৈছে: 15 August 2012.