আদিবাসী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
আদিবাসী হ'ল ভূমিপুত্ৰ সকল
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। আদিবাসী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- সাধাৰণ ধাৰণা:
- খিলঞ্জীয়া লোক বা আদিবাসী লোক বা ভূমিপুত্ৰ: কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা
- ভাৰতত ব্যৱহাৰ:
- আদিবাসী: ভাৰতীয় উপমহাদেশৰ জনজাতি (tribe)-সকলৰ সম্মিলিত শব্দ
- অনুসূচীত জনজাতি: ভাৰতৰ সংবিধানে জনজাতিসকলক প্ৰদান কৰা ন্যায়িক সংজ্ঞা
- অসমৰ চাহ জনগোষ্ঠী: অসমৰ চাহ জনগোষ্ঠীসকল অসমত আদিবাসী নামেৰেও পৰিচিত
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |