আফচানা মিমি (বঙালী: আফসানা মিমি, ইংৰাজী: Afsana Mimi) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল,চলচিত্ৰ পৰিচালিকা।[1] মিমিয়ে ১৯৯০ত বাংলাদেশী দূৰদৰ্শনৰ নাটক 'কোথাও কেউ নেই'ৰ দ্বাৰা জনপ্ৰিয়তা লাভ কৰিছিল। তাৰ পিছৰে পৰা তেওঁ বহু অন্য দূৰদৰ্শনৰ অনুষ্ঠান তথা চলচিত্ৰৰ কাম কৰিছে।

আফচানা মিমি

আফচানা মিমি
ৰাষ্ট্ৰীয়তা বাংলাদেশী
পেচা অভিনেত্ৰী, মডেল, চলচিত্ৰ পৰিচালিকা

পিছলৈ তেওঁ 'মনেৰ কথা' নামৰ এটি অনুষ্ঠান উপস্থাপন কৰিছিল।[2]

২০১৩ৰ ছেপ্টেম্বৰত[1] তেওঁ মহম্মদ জফৰ ইকবালৰ গ্ৰন্থ কেম্পৰ আধাৰত এখন চলচিত্ৰ পৰিচালনা কৰিছে।[3]

কামসম্পাদনা কৰক

চলচ্চিত্ৰসম্পাদনা কৰক

  • নদীৰ নাম মধুমতি (১৯৯৪)
  • চিত্ৰা নদীৰ পাড়ে (১৯৯৯)
  • প্ৰিয়তমেসু (২০০৯)

টেলিভিজন নাটকসম্পাদনা কৰক

  • বন্ধন
  • ডল’স হাউজ (২০০৭–২০০৯)
  • কাছেৰ মানুষ (২০০৬)
  • কোথাও কেউ নেই (১৯৯০)
  • মনেৰ কথা

তথ্য সংগ্ৰহসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক