আফচানা মিমি
আফচানা মিমি (বঙালী: আফসানা মিমি, ইংৰাজী: Afsana Mimi) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল,চলচিত্ৰ পৰিচালিকা।[1] মিমিয়ে ১৯৯০ত বাংলাদেশী দূৰদৰ্শনৰ নাটক 'কোথাও কেউ নেই'ৰ দ্বাৰা জনপ্ৰিয়তা লাভ কৰিছিল। তাৰ পিছৰে পৰা তেওঁ বহু অন্য দূৰদৰ্শনৰ অনুষ্ঠান তথা চলচিত্ৰৰ কাম কৰিছে।
আফচানা মিমি | |
---|---|
আফচানা মিমি | |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
পেচা | অভিনেত্ৰী, মডেল, চলচিত্ৰ পৰিচালিকা |
পিছলৈ তেওঁ 'মনেৰ কথা' নামৰ এটি অনুষ্ঠান উপস্থাপন কৰিছিল।[2]
২০১৩ৰ ছেপ্টেম্বৰত[1] তেওঁ মহম্মদ জফৰ ইকবালৰ গ্ৰন্থ কেম্পৰ আধাৰত এখন চলচিত্ৰ পৰিচালনা কৰিছে।[3]
কাম
সম্পাদনা কৰকচলচ্চিত্ৰ
সম্পাদনা কৰক- নদীৰ নাম মধুমতি (১৯৯৪)
- চিত্ৰা নদীৰ পাড়ে (১৯৯৯)
- প্ৰিয়তমেসু (২০০৯)
টেলিভিজন নাটক
সম্পাদনা কৰক- বন্ধন
- ডল’স হাউজ (২০০৭–২০০৯)
- কাছেৰ মানুষ (২০০৬)
- কোথাও কেউ নেই (১৯৯০)
- মনেৰ কথা
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Bipasha, Shomi & Mimi… Where do they stand now?". The Daily Star. September 28, 2013. http://www.thedailystar.net/beta2/news/bipasha-shomi-mimi-where-do-they-stand-now/.
- ↑ "Bangladeshi Model Afsana Mimi". http://www.bdactress.com/2011/07/bangladeshi-model-afsana-mimi.html। আহৰণ কৰা হৈছে: 17 January 2013.
- ↑ "Afsana Mimi in film making". Archived from the original on 4 October 2013. https://web.archive.org/web/20131004224914/http://www.banglanews24.com/LifeStyle/detailsnews.php?nssl=1907। আহৰণ কৰা হৈছে: 17 January 2013.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- আফচানা মিমি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।