ইণ্টাৰনেট মুভি ডাটাবেছ
ইণ্টাৰনেট মুভি ডাটাবেছ (ইংৰাজী: Internet Movie Database; সংক্ষেপে IMDb) এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাচী ভাষাত উপলব্ধ এই ৱেবছাইটটো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।[2]
ইণ্টাৰনেট মুভি ডাটাবেছ (IMDb) | |
---|---|
IMDB Logo 2016.svg | |
ইউ আৰ এল | www |
বাণিজ্যক | হয় |
প্ৰকাৰ | চলচ্চিত্ৰ, দূৰদৰ্শন আৰু ভিডিঅ’ গেমৰ বাবে অনলাইন ডাটাবেছ বা তথ্যভঁৰাল |
পঞ্জীয়ন | ঐচ্ছিক |
ভাষা | ইংৰাজী |
স্বত্বাধিকাৰী | আমাজন |
সৃষ্টিকৰ্তা | কোল নীধাম (CEO) |
মুকলি | ১৭ অক্টোবৰ ১৯৯০ |
এলেক্সা স্থান | ![]() |
বৰ্তমান স্থিতি | সক্ৰিয় |
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ "imdb.com Competitive Analysis, Marketing Mix and Traffic - Alexa". www.alexa.com. https://www.alexa.com/siteinfo/imdb.com। আহৰণ কৰা হৈছে: 11 February 2020.
- ↑ "News Release". PR Newswire Europe Ltd.. http://www.prnewswire.co.uk/cgi/news/release?id=37602। আহৰণ কৰা হৈছে: 2007-01-15.
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিতথ্যত থকা তথ্য:
|