আলী মেচ ১৩শ শতিকাৰ অবিভক্ত বংগৰ উত্তৰ অঞ্চলৰ মেচ জনগোষ্ঠীৰ অন্তৰ্গত এজন জনজাতীয় প্ৰধান আছিল।[2][3] তেওঁ তিব্বত অভিযানৰ সময়ত বখতিয়াৰ খিলজীক সহায় কৰিছিল আৰু তেওঁৰ প্ৰভাৱতেই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল বুলি কোৱা হয়।[4]

আলী মেচ
জন্ম দ্বাদশ শতিকা
কামতাপুৰ ৰাজ্য[1]
পেচা জনজাতীয় প্ৰধান
জনা যায় তিব্বত অভিযান

আলি মেচক বৰ্তমানৰ উত্তৰ-বংগৰ প্ৰথম মুছলমান ধৰ্মত ধৰ্মান্তৰিত জনজাতীয় লোক বুলি গণ্য কৰা হয়।[4] কামৰূপৰ পাদদেশত এজন জনজাতীয় প্ৰধান হিচাপে, তেওঁ ১২০৬ চনত তিব্বতৰ বিফল আক্ৰমণত বখতিয়াৰ খিলজীক পথপ্ৰদৰ্শক হিচাপে কাম কৰি সহায় কৰিছিল।[3]

ই. এ. গেইটে উল্লেখ কৰিছে যে তেওঁ (আলি মেচে) বখতিয়াৰ খিলজীক কাৰতোয়া নদীৰ সোঁ-পাৰ (বৰ্তমানৰ বাংলাদেশ)ৰ পৰা দহ দিনৰ বাবে উত্তৰদিশে কোচ, মেচ আৰু থাৰু (তেৰাই) জনজাতিৰ দ্বাৰা বাস কৰা এখন দেশৰ মাজেৰে যাত্ৰা কৰিবলৈ পথ প্ৰদৰ্শন কৰিছিল।[5]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Rahman, Mahmudur (2018-10-29) (en ভাষাত). The Political History of Muslim Bengal: An Unfinished Battle of Faith. Cambridge Scholars Publishing. ISBN 978-1-5275-2061-5. https://books.google.co.in/books?id=0dN1DwAAQBAJ&pg=PA26&dq=ali+mech&hl=en&newbks=1&newbks_redir=0&source=gb_mobile_search&sa=X&ved=2ahUKEwi5puOguIqJAxXL3TgGHTJhD18Q6AF6BAgJEAM#v=onepage&q=ali%20mech&f=false. 
  2. Baruah, Sanjib (2020-02-04) (en ভাষাত). In the Name of the Nation: India and Its Northeast. Stanford University Press. ISBN 978-1-5036-1129-0. https://books.google.co.in/books?id=5HHNDwAAQBAJ&pg=PT49&dq=ali+mech&hl=en&newbks=1&newbks_redir=0&source=gb_mobile_search&sa=X&ved=2ahUKEwi5puOguIqJAxXL3TgGHTJhD18Q6AF6BAgGEAM#v=onepage&q=ali%20mech&f=false. 
  3. 3.0 3.1 Siddiq, Mohammad Yusuf (2015). Epigraphy and Islamic Culture: Inscriptions of the Early Muslim Rulers of Bengal (1205–1494). Routledge. পৃষ্ঠা. 36. ISBN 9781317587460. https://books.google.com/books?id=nAUBCwAAQBAJ&pg=PA36. 
  4. 4.0 4.1 Nath, Monoj Kumar (2021-03-29) (en ভাষাত). The Muslim Question in Assam and Northeast India. Taylor & Francis. ISBN 978-1-000-37027-0. https://books.google.co.in/books?id=sDAXEAAAQBAJ&pg=PA23&dq=ali+mech&hl=en&newbks=1&newbks_redir=0&source=gb_mobile_search&sa=X&ved=2ahUKEwi5puOguIqJAxXL3TgGHTJhD18Q6AF6BAgLEAM#v=onepage&q=ali%20mech&f=false. 
  5. Saikia, Jaideep (2003) (en ভাষাত). Terror Sans Frontiers: Islamic Militancy in North East India. Program in Arms Control, Disarmament, and International Security, University of Illinois at Urbana-Champaign. ISBN 978-99909-1-507-5. https://books.google.co.in/books?id=q-g37u2LBFwC&pg=PA5&dq=e.+a.+gait+Bakhtiyar+Khilji&hl=en&newbks=1&newbks_redir=0&source=gb_mobile_search&sa=X&ved=2ahUKEwiK84bRyoqJAxWg4zgGHdm0AU4Q6AF6BAgDEAM#v=onepage&q=e.%20a.%20gait%20Bakhtiyar%20Khilji&f=false.