ইণ্ডিগ' ভাৰতৰ এক নিম্ন খৰচৰ বিমান প্ৰতিষ্ঠান; ইয়াৰ মুখ্য কাৰ্য্যালয় ভাৰতৰ গুৰগাঁৱত অৱস্থিত। যাত্ৰী পৰিবহণৰ দৃষ্টিকোণৰ পৰা ই ভাৰতৰ সৰ্ববৃহৎ বিমানসংস্থা। ২০১৫ চনৰ আগষ্ট মাহৰ তথ্য অনুসৰি ইণ্ডিগ'ৰ ব্যৱসায়ৰ পৰিমাণ ভাৰতৰ বজাৰৰ ৩৫.৩%। বিমান প্ৰতিষ্ঠানটিৰ বৰ্তমান ৪১টা গন্তব্যস্থলৰ ভিতৰত ৩৬টা ঘৰুৱা আৰু ৫টা আন্তৰ্জাতিক গন্তব্যস্থল আছে। ইয়াৰ প্ৰাথমিক হাব হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ। ২০১৪ চনত ইণ্ডিগ'ত মুঠ ২১.৪ মিলিয়ন যাত্ৰী আভ্যন্তৰীন পৰিবহণ কৰিছিল।

ইণ্ডিগ' এয়াৰবাছ A320 ৰ এক দৃশ্য

গন্তব্যস্থলসমূহ সম্পাদনা কৰক

২০১৬ চনৰ মাৰ্চৰ মতে, ইণ্ডিগ'ই দৈনিক ৮১৮খন বিমানে ৪১টা গন্তব্যস্থললৈ বিমান সেৱা আগবঢ়ায়, ইয়াৰে ৩৬টা স্থান হৈছে ভাৰতৰ ভিতৰৰ আৰু ৫টা স্থান বিদেশৰ।[1][2][3] ইণ্ডিগ'ৰ প্ৰধান হাব হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ,[4] ইয়াৰোপৰি আন আন হাব সমূহ হৈছে বাংগালোৰ,[5] ভুৱনেশ্বৰ,[6] চেন্নাই,[7] হাইদৰাবাদ,[8] ক'লকাতা,[7] মুম্বাই[7] আৰু নাগপুৰ[9]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Airlines to operate 14,869 flights per week in summer schedule". The Economic Times. 18 March 2016. http://economictimes.indiatimes.com/industry/transportation/airlines-/-aviation/airlines-to-operate-14869-flights-per-week-in-summer-schedule/articleshow/51457030.cms. 
  2. "IndiGo adds 8 new daily flights". DNA. 27 January 2016. http://www.dnaindia.com/money/report-indigo-adds-8-new-daily-flights-2170806. 
  3. "IndiGo soars above Jet Airways, Air India". Mint. 23 June 2015. http://www.livemint.com/Companies/RfU4n2VcHZ7ntCuxMOMnvN/IndiGosoarsaboveJetAirwaysAirIndia.html. 
  4. "Profile on IndiGo". CAPA. http://centreforaviation.com/profiles/airlines/indigo-6e। আহৰণ কৰা হৈছে: 19 March 2016. 
  5. "IndiGo adds to Bengaluru base". Anna.aero. 16 February 2016. http://www.anna.aero/2016/02/16/indigo-adds-to-bengaluru-base/. 
  6. "Base operations to start at Odisha’s BPIA from Oct 1". Odisha Sun Times. http://odishasuntimes.com/2016/09/27/base-operations-start-odishas-bpia-oct-1/। আহৰণ কৰা হৈছে: 12 October 2016. 
  7. 7.0 7.1 7.2 "IndiGo commences seventh route to Dubai". Anna.aero. 17 December 2014. http://www.anna.aero/2014/12/17/indigo-commences-7-route-to-dubai/. 
  8. "IndiGo starts new domestic route from Hyderabad". Anna.aero. 6 August 2014. http://www.anna.aero/2014/08/06/indigo-starts-new-domestic-route-hyderabad/. 
  9. Nair, Aparna (8 July 2014). "IndiGo to park four planes at Nagpur airport". The Times of India. http://timesofindia.indiatimes.com/city/nagpur/IndiGo-to-park-four-planes-at-Nagpur-airport/articleshow/38009440.cms.