ইনষ্টাগ্ৰাম (ইংৰাজী: Instagram; ইনষ্টা (Insta) আৰু আইজি (IG) বুলিও জনা যায়) ফটো আৰু ভিডিঅ' ভাগ-বতৰা কৰিব পৰা এটা ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইট। কেভিন ছিছট্ৰ'ম আৰু মাইক ক্ৰীগাৰে নিৰ্মাণ কৰা এই ৱেবছাইটো ২০১০ চনৰ অক্টোবৰ মাহত মুকলি কৰি দিয়া হয়।

ইনষ্টাগ্ৰাম
Instagram logo 2016.svg
Instagram logo.svg
মূল উদ্ভাৱক
বিকাশক মেটা প্লেটফৰ্ম
প্ৰথম মুক্তি ৬ অক্টোবৰ ২০১০; ১২ বছৰ আগত (2010-10-06)
অপাৰেটিং চিষ্টেম
আকাৰ ১৯৬.৬ MB (iOS)[1]
৪৫.৪২ MB (Android)[2]
৪৬.৫ MB (Fire OS) [3]
উপলব্ধ হয় ৩২[4] টা ভাষা
সাঁচ:Hidden top
  • চীনা (সৰলীকৃত আৰু পৰম্পৰাগত)
  • ক্ৰোৱেচিয়ান
  • চেক
  • ডেনিছ
  • ডাচ
  • ইংৰাজী
  • ফিনিশ
  • ফৰাচী
  • জাৰ্মান
  • গ্ৰীক
  • হিন্দী
  • হাংগেৰিয়ান
  • ইণ্ডোনেচিয়ান
  • ইটালিয়ান
  • জাপানী
  • কোৰিয়ান
  • মালয়
  • নৰৱেজিয়ান
  • পোলিছ
  • পৰ্তুগীজ
  • ৰোমানিয়ান
  • ৰাছিয়ান
  • স্লোভাক
  • স্পেনিছ
  • চুইডিছ
  • টাগালগ
  • থাই
  • তুৰ্কী
  • ইউক্ৰেনীয়
  • ভিয়েটনামী
  • ফাৰ্ছি
সাঁচ:Hidden bottom
অনুজ্ঞাপত্ৰ Proprietary software with Terms of Use
ৱেবছাইট www.instagram.com

তথ্য সূত্ৰসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক