ইমেইল
ইলেক্ট্ৰনিক মেইল, চমুকৈ ইমেইল বা ই-মেইল (প্ৰায় ১৯৯৩ চনৰ পৰা)[2] এজন ব্যক্তিৰ পৰা আন এজন বা কেইবাজনলৈ ডিজিটেল বাৰ্তা প্ৰেৰণ কৰিব পৰা এক পদ্ধতি। ইণ্টাৰনেট বা আন কম্পিউটাৰ নেটৱৰ্কৰ জৰিয়তে ইমেইলে কাম কৰে। ইমেইলৰ প্ৰথম ব্যৱহাৰ ১৯৬০ৰ দশকত সীমিতৰূপত আৰম্ভ হয়। সেইসময়ত ব্যৱহাৰকাৰীয়ে কেৱল একে কম্পিউটাৰ ব্যৱহাৰ কৰা লোকলৈহে ইমেইল প্ৰেৰণ কৰিব পাৰিছিল। আনকি কিছু ইমেইল চিষ্টেমত প্ৰেৰক আৰু প্ৰাপক দুয়োজনে একে সময়তে অনলাইন থাকিলেহে ইমেইল প্ৰেৰণ কৰিব পৰা হৈছিল। ৰেই টম্লিনছনক ইমেইলৰ উদ্ভাৱক ৰূপে কৃত্বিত্ব দিয়া হয়। তেওঁ ১৯৭১ চনত বেলেগ বেলেগ কম্পিউটাৰ ব্যৱহাৰ কৰা লোকৰ মাজত ইমেইল আদান-প্ৰদান কৰিব পৰা আৰপানেট (ARPANET) নামৰ পদ্ধতিটোৰ উদ্ভাৱন কৰিছিল। তেখেতেই ব্যৱহাৰকাৰীৰ নাম আৰু মেছিনৰ নামৰ মাজত "@" চিনটো ব্যৱহাৰ কৰিছিল। ১৯৭০ দশকৰ মাজভাগলৈ এই পদ্ধতিটোৰে বিকাশ হৈ বৰ্তমানৰ ইমেইলৰ ৰূপ পায়।

তথ্যউৎসসম্পাদনা কৰক
- ↑ "RFC 5321 – Simple Mail Transfer Protocol". Network Working Group. https://tools.ietf.org/html/rfc5321#section-2.3.11। আহৰণ কৰা হৈছে: 19 January 2015.
- ↑ Google Ngram Viewer. Books.google.com. https://books.google.com/ngrams/graph?content=electronic+mail%2Ce-mail&year_start=1980&year_end=1995&corpus=15&smoothing=0&share=। আহৰণ কৰা হৈছে: 2013-04-21.
অতিৰিক্ত পঠনসম্পাদনা কৰক
- Cemil Betanov, Introduction to X.400, Artech House, ISBN 0-89006-597-7.
- Marsha Egan, "Inbox Detox and The Habit of Email Excellence", Acanthus Publishing ISBN 978-0-9815589-8-1
- Lawrence Hughes, Internet e-mail Protocols, Standards and Implementation, Artech House Publishers, ISBN 0-89006-939-5.
- Kevin Johnson, Internet Email Protocols: A Developer's Guide, Addison-Wesley Professional, ISBN 0-201-43288-9.
- Pete Loshin, Essential Email Standards: RFCs and Protocols Made Practical, John Wiley & Sons, ISBN 0-471-34597-0.
- Partridge, Craig (April–June 2008). "The Technical Development of Internet Email" (PDF). IEEE Annals of the History of Computing (Berlin: IEEE Computer Society) খণ্ড 30 (2): 3–29. doi:10.1109/mahc.2008.32. ISSN 1934-1547. http://www.ir.bbn.com/~craig/email.pdfসাঁচ:Inconsistent citations
- Sara Radicati, Electronic Mail: An Introduction to the X.400 Message Handling Standards, Mcgraw-Hill, ISBN 0-07-051104-7.
- John Rhoton, Programmer's Guide to Internet Mail: SMTP, POP, IMAP, and LDAP, Elsevier, ISBN 1-55558-212-5.
- John Rhoton, X.400 and SMTP: Battle of the E-mail Protocols, Elsevier, ISBN 1-55558-165-X.
- David Wood, Programming Internet Mail, O'Reilly, ISBN 1-56592-479-7.
বাহ্যিক সংযোগসম্পাদনা কৰক
মুক্ত অভিধান ৱিক্সনেৰীত email বা outbox শব্দৰ অৰ্থ চাওক। |
- E-mail বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- IANA's list of standard header fields
- The History of Email is Dave Crocker's attempt at capturing the sequence of 'significant' occurrences in the evolution of email; a collaborative effort that also cites this page.
- The History of Electronic Mail is a personal memoir by the implementer of an early email system
- A Look at the Origins of Network Email is a short, yet vivid recap of the key historical facts
- Business E-Mail Compromise - An Emerging Global Threat