ইৰফান পাঠান (ইংৰাজী: Irfan Pathan); এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ, ক্ৰিড়া বিশ্লেষক,ক্ৰীড়া মন্তব্যকাৰী। তেওঁ গুজৰাটৰ এটি সাধাৰণ পৰিয়ালত জন্ম লাভ কৰে।

ইৰফান পাঠান
{{{imagealt}}}
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম ইৰফান খান পাঠান
জন্ম ২৭ অক্টোবৰ,১৯৮৪
বৰোদা, গুজৰাট, ভাৰতবৰ্ষ
বেটিং শৈলী বাওঁহাত
বলিং শৈলী Left-arm medium-fast
ভূমিকা অল ৰাউণ্ডাৰ
সম্পৰ্ক ইউসুব পাঠান (ভাই)
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (কেপ ২৪৮) ১২ ডিচেম্বৰ ২০০৩ বনাম অষ্ট্ৰেলিয়া
অন্তিম টেষ্ট ৫ এপ্ৰিল ২০০৮ বনাম ছাউথ আফ্ৰিকা
অ'ডিআই অভিষেক (কেপ ১৫৩) ৯ জানুৱাৰী ২০০৪ বনাম অষ্ট্ৰেলিয়া
অন্তিম অ'ডিআই ৪ আগষ্ট ২০১২ v শ্ৰীলংকা
অ'ডিআই চোলা নং. ৫৬
টি২০ অভিষেক (কেপ ) ১ ডিচেম্বৰ ২০০৬ বনাম ছাউথ আফ্ৰিকা
অন্তিম আন্তৰ্জাতিক টি২০ ২০ অক্টোবৰ ২০১২ বনাম ছাউথ আফ্ৰিকা
টি২০ চোলা নং. ৫৬
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০০০-১৭ বৰোদা
২০০৫ Middlesex
২০০৮-১০ King 11 Punjab
২০১১-১৩ Delhi Daredevils (squad no. ৫৬)
২০১৪ Sunrisers Hyderabad (squad no. ৫৬)
২০১৫ Chennai Super Kings (squad no. ৫৬)
২০১৬ Rising Pune Supergiants (squad no. ২৮)
২০১৭ Gujarat Lions (squad no. ৫৬)
২০২০ Kandy Tuskers
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা Test ODI T20I FC
মুঠ খেল ২৯ ১২০ ২৪ ১২২
ৰাণ ১৩০৫ ১৫৪৪ ১৭২ ৪৫৫৯
বেটিং গড় ৩৩.৮৯ ২৩.৩৯ ২৪.৫৭ ৩০.৩৯
শতক/অৰ্ধশতক ১/১৭ ০/৫ 0/0 ৩/২৬
সৰ্বোচ্চ ৰাণ ১০২ ৮৩ ৩৩* ১২১
বল ৫৮৮৪ ৫৮৫৫ ৪৬২ ২১০৩৪
উইকেট ১০০ ১৭৩ ২৮ ৩৮৪
বলিং গড় ৩২.২৬ ২৯.৭২ ২২.০৭ ২৮.৩৩
এক ইনিংছত ৫টা উইকেট 0 ১৯
এখন খেলত ১০টা উইকেট 0 0
শ্ৰেষ্ঠ বলিং ৫/২৭ ৩/১৬ ৭/৩৫
কেচ্চ/ষ্টাম্পিং 8/– ২১/– ২/– ৩০/–
উৎস: http://www.espncricinfo.com/india/content/player/32685.html ESPNcricinfo, ৬ জানুৱাৰী ২০১৯

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

১৯৮৪ চনৰ ২৭ অক্টোবৰত ভাৰতৰ গুজৰাট ৰাজ্যৰ বৰোদাত জন্মগ্ৰহণ কৰা পাঠান ভাৰতীয় পাঠান বংশৰ (পাষ্টুন বংশ গুজৰাটৰ এটা সম্প্ৰদায়) লোক আছিল।[1] ২০১৬ চনৰ ৪ ফেব্ৰুৱাৰীত মডেল ছাফা বেইগৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।

খেল কেৰিয়াৰ

সম্পাদনা কৰক

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক দত্ত গেকৱাদৰ নিৰ্দেশনাত পাঠানে ১৪ বছৰ অনুৰ্ধৰ বৰোদা ক্ৰিকেট দলত নিৰ্বাচিত হ'বলৈ উত্থান ঘটায়। তেতিয়া তেওঁ ১৫ বছৰ অনুৰ্ধ পৰ্যায়ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বৰোদাক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হয় আৰু ক্ৰিকেটৰ সম্পূৰ্ণ সঁজুলিৰ ছেট উপহাৰ দিয়া হয়। তেওঁৰ পৰিয়ালৰ সীমিত অৰ্থনৈতিক সামৰ্থ্যৰ বাবে ছেকেণ্ডহেণ্ড(আগত ব্যৱহাৰ হোৱা) গিয়াৰ(খেলৰ সঁজুলি)ত সীমাবদ্ধ আছিল।[2]তেওঁ ভাৰতীয় জাতীয় দলটোত নিজৰ স্থান দৃঢ় কৰি তুলিছিল যেতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০০৪ চনত আইচিচি(ICC) পুৰুষৰ বছৰৰ উদীয়মান খেলুৱৈ হিচাপে নিৰ্বাচিত কৰে। ২০০৪ চনত পাকিস্তানত ভাৰতৰ এদিনীয়া আৰু টেষ্ট শৃংখলাত জয়লাভ কৰাত পাঠানৰ ভূমিকা আছিল উল্লেখনীয়। সংবাদ মাধ্যমে তেওঁক ভাৰতীয় ক্ৰিকেটৰ "Blue-eyed boy" বুলি অভিহিত কৰিছিল।[3]তেওঁ এজন বলিং অল-ৰাউণ্ডাৰ ২০০৭ আইচিচি টি-২০ বিশ্বকাপ আৰু ২০১৩ আইচিচি চেম্পিয়নছ ট্ৰফী জয়ী হোৱা ভাৰতীয় ক্ৰিকেট দল ৰ সদস্য আছিল। . [4] দ্ৰুত-মধ্যম ছুইং আৰু ছিম বলাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা পাঠানে ১৯ বছৰ সম্পূৰ্ণ কৰাৰ পিছতেই ৰাষ্ট্ৰীয় দলত প্ৰৱেশ কৰে আৰু তেওঁৰ আশাব্যঞ্জক প্ৰদৰ্শন আৰু অসাধাৰণ ছুইঙেৰে পাকিস্তানৰ ৱাছিম আক্ৰামৰ সৈতে তুলনাৰ কৰা হয়। ২০০৬ চনৰ আৰম্ভণিতে পাঠানে এখন মেচত প্ৰথম অভাৰ টেষ্ট হেট্ৰিক লোৱা একমাত্ৰ বলাৰ হিচাপে পৰিগণিত হয়

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Alikuzai, Hamid Wahed (October 2013). A Concise History of Afghanistan in 25 Volumes. Trafford Publishing. পৃষ্ঠা. 607. ISBN 9781490714417. "Cricket is largely a legacy of British rule in Pakistan and India, and many Pashtuns have become prominent participants, such as Shahid Afridi, Imran Khan and Irfan Pathan." 
  2. Sandhu, Arjun (28 November 2003). "India back Pathan's potential". British Broadcasting Corporation. http://news.bbc.co.uk/sport2/hi/cricket/3244394.stm. 
  3. "I'll keep knocking on the Indian team's door, says Irfan Pathan". mid-day. 14 March 2014. http://www.mid-day.com/articles/ill-keep-knocking-on--the-indian-teams-door-says-irfan-pathan/15149085. 
  4. id=6; type=team "Cricket Records. India. Records. One-Day Internationals. Most wickets.". Stats.espncricinfo.com. http://stats.espncricinfo.com/india/engine/records/bowling/most_wickets_career.html?class=2; id=6; type=team। আহৰণ কৰা হৈছে: 29 July 2012.