উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি


উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী সকল সম্পাদনা কৰক

সংকেত: কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাজপা
ভাৰতীয় জনতা পাৰ্টী
ক্ৰমিক সংখ্যা নাম কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰৰ অন্তিম দিন ৰাজনৈতিক দল কাৰ্যকাল
০১ নিত্যানন্দ স্বামী ৯ নৱেম্বৰ ২০০০ ২৯ অক্টোবৰ ২০০১ ভাৰতীয় জনতা পাৰ্টী ৩৫৪ দিন
০২ ভগৎ সিং কোশিয়াৰি ৩০ অক্টোবৰ ২০০১ ১ মাৰ্চ ২০০২ ভাৰতীয় জনতা পাৰ্টী ১২৩ দিন
০৩ নাৰায়ণ দত্ত তিৱাৰি ২ মাৰ্চ ২০০২ ৭ মাৰ্চ ২০০৭ ভাৰতীয় জাতীয় কংগ্ৰেছ ১৮৩২ দিন
০৪ ভুৱন চন্দ্ৰ খাণ্ডুৰী ৮ মাৰ্চ ২০০৭ ২৩ জুন ২০০৯ ভাৰতীয় জনতা পাৰ্টী ৮৩৯ দিন
০৫ ৰমেশ পোখৰিয়াল নিশাংক ২৪ জুন ২০০৯ ১০ ছেপ্টেম্বৰ ২০১১ ভাৰতীয় জনতা পাৰ্টী ৮০৮ দিন
০৬ ভুৱন চন্দ্ৰ খাণ্ডুৰী [দ্বিতীয় বাৰ] ১১ ছেপ্টেম্বৰ ২০১১ ১৩ মাৰ্চ ২০১২ ভাৰতীয় জনতা পাৰ্টী ১৮৫ দিন [মুঠ: ১০২৪ দিন]
০৭ ৱিজয় বহুগুণা ১৩ মাৰ্চ ২০১২ বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছ


বাহ্যিক সংযোগ সম্পাদনা কৰক