উদ্ধব বৰ্মন
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
উদ্ধব বৰ্মন (ইংৰাজী: Uddhab Barman) এজন ভাৰতীয় কমিউনিষ্ট ৰাজনীতিবিদ।[1]তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ প্ৰাক্তন অসম ৰাজ্যিক সমিতিৰ সম্পাদক আছিল।[2]তেওঁ সৰভোগ বিধান সভা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।[3]তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ লোকসভালৈ ক্ৰমে ১৯৯১ আৰু ১৯৯৬ চনত নিৰ্বাচিত হৈছিল।[4]তেওঁ চিপিআই(এম)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল।
[5][6]তেওঁ মাধুৰী দেৱীৰ সৈতে বিবাহ বাহত আবদ্ধ হৈছে।[7]
উদ্ধব বৰ্মন | |
---|---|
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | ৰাজনীতিবিদ |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Uddhab Barman(Communist Party of India (Marxist)(CPI(M))):Constituency- BARPETA(ASSAM) - Affidavit Information of Candidate". myneta.info. https://myneta.info/ls2014/candidate.php?candidate_id=4087। আহৰণ কৰা হৈছে: 2021-12-16.
- ↑ http://www.ganashakti.com/old/2005/050214/nation1.htm Archived 2007-09-27 at the Wayback Machine, সাঁচ:Usurped
- ↑ "Archived copy". Archived from the original on 27 September 2007. https://web.archive.org/web/20070927020240/http://election.assam.nic.in/nictrend1m.asp?cno=40। আহৰণ কৰা হৈছে: 8 June 2007.
- ↑ Rediff On The NeT: Polling Booth: Election' 96: Assam/Barpeta
- ↑ new cc Archived 6 July 2007 at the Wayback Machine
- ↑ "Leadership" (en ভাষাত). Communist Party of India (Marxist). 2009-03-18. https://cpim.org/leadership। আহৰণ কৰা হৈছে: 2021-12-16.
- ↑ "Archived copy". Archived from the original on 27 September 2007. https://web.archive.org/web/20070927020232/http://election.assam.nic.in/AFFIDAVITS/S03/SE/40/UddhabBarman/UddhabBarman_SC2.htm। আহৰণ কৰা হৈছে: 8 June 2007.