উৰপদ বিল অসমগোৱালপাৰা জিলাৰ আগিয়া গাঁৱত অৱস্থিত এখন প্ৰাকৃতিক বিল

উৰপদ বিলৰ সুন্দৰ দৃশ্য, গোৱালপাৰা

এই হ্ৰদটো গোৱালপাৰা জিলাৰ জিলা সদৰৰ পৰা ৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত। উৰপদ বিল অসমৰ অন্যতম বৃহৎ প্ৰাকৃতিক হ্ৰদ।[1]

একুৱাফৌনা

সম্পাদনা কৰক

উৰপদ বিলত বহু জাতৰ মাছ আৰু চৰাইৰ প্ৰাকৃতিক বাসস্থান। গ্ৰেটাৰ এডজুটেণ্ট, কটন পিগমি গুজ, বায়া ৱেভাৰ্ছ, লেছাৰ হুইচেলিং হাঁহ আৰু কিংফিচাৰৰ বাবে এই হ্ৰদটো এক গুৰুত্বপূৰ্ণ বাসস্থান। এই হ্ৰদটো জলজ উদ্ভিদ যেনে লিলি ফুল আৰু সাধাৰণ জল হাইচিন্থৰ বাবেও পৰিচিত।[1]

২০২০ চনৰ ২৪ ফেব্ৰুৱাৰীত অসমৰ মাটি সংৰক্ষণ আৰু সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উৰপদ বিল সৌন্দৰ্য্যবৰ্ধনৰ বাবে ১ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল।[2]

অসমৰ বিলসমূহৰ তালিকা

তথ্য সংগ্ৰহ

সম্পাদনা কৰক